বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান
সত্যপুৰ পথৰ ২১ নং ঘৰত আছিল কল চেন্টাৰটো
সংবাদমাধ্যমত অবৈধ কল চেন্টাৰৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতে ঘৰৰ গৰাকীয়ে খৱৰ দিছিল আৰক্ষীক
বৃহস্পতিবাৰলৈ কাম চলি আছিল কল চেন্টাৰটোত
পৰ্যতনৰ কাম বুলি লৈছিল কল চেন্টাৰটো
ইতিমধ্যে ক্ৰাইম বাঞ্চে জব্দ কৰিছে চেন্টাৰটো সকলো সামগ্ৰী
৪০ৰো অধিক কম্পিউটাৰ আছিল কল চেন্টাৰটোত
আকিবুল নাৱাজ নামৰ যুৱক জনে লৈছিল কোঠাটো
যোৱা বছৰ অক্টোবৰত বুক কৰিছিল যদিও বিগত বৰ্ষ জানুৱাৰী পৰাই কাম চলিল চেন্টাৰটোত