মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহ। মৃত লোকজন লালচান্দ আলী বুলি জানিব পৰা গৈছে। লালচান্দ আলী পেচাত আছিল এজন ফেৰীৱালা। মৃত লোকজনৰ ঘৰ ধুবুৰীত, কৰ্মসূত্ৰে থাকে জালুকবাৰীত।
মহানগৰীৰ জালুকবাৰীত উদ্ধাৰ মৃতদেহ
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025