শুই থকাৰ সময়ত-নাক বাজে নেকি?চিৰদিনৰ বাবে-নাক বজা বন্ধ কৰিবলৈ-কিছুমান সহজ টিপছ-( Assamese Fact )
*শুই থকাৰ সময়ত নাক বাজে নেকি! নাক বাজিলে-প্ৰায়ে উপহাস কৰা হয়।কিন্তু সমস্যাটোক লৈ ঠাট্ৰা কৰিয়েই উৰুৱাই দিব নোঁৱাৰি।অতিৰিক্ত ওজনৰ বাবে-নাকত যিকোনো ধৰণৰ ব্লক,নাকৰ হাড়ৰ যিকোনো সমস্যা-চৰ্দি,হাওঁফাওঁৰ সমস্যাৰ বাবে,মানুহৰ নাক বাজে। কিন্তু এই সমস্যাবোৰৰ অতি সহজে-মোকাবিলা কৰিব পাৰি।সেইবোৰ হল-
*এটা কথা সঁচা যে-শুই থাকোঁতে-নাক বজালে প্ৰায়ে উপহাস কৰা হয়।
*অধ্যনয়ত দেখা গৈছে যে-চিত হৈ শোৱাৰ পৰিৰ্ৱতে সোঁ বা বাঁওফালে কাটিকৈ শুলে-নাক বজা সমস্যা বহুখিনি কমি যায়।
*যি সকল লোকৰ-নাক বন্ধ হৈ থাকে বা চৰ্দি হৈছে-তেওঁলোকে প্ৰায়ে নাক বজা সমস্যাত ভুগিবলগীয়া হয়।শুকান বতৰত এইবোৰ সমস্যা বেছি হয়।গতিকে শোৱা কোঠাটোৰ উষ্ণতা আদ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।আপুনি হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰে
*টোপনি পৰ্যাপ্ত নহলে আৰু শৰীৰ দুৰ্বল আৰু ভাগৰুৱা হলে-নাক বজাৰ সম্ভাৱনা বেছি হয়।গতিকে প্ৰতি নিশা শোৱাৰ আগে-ভাপ লব। ই নাক বজা বন্ধ কৰিব।
*অতিৰিক্ত ওজনৰ বাবে-নাক বজাৰ সমস্যা সৃষ্টি হয়।মেদবহুল।লোকৰ ডিঙি আৰু কান্ধত অতিৰিক্ত কলা থাকে।যাৰ ফলত বায়ুপত সংকুচিত হয় আৰু নাক বাজে।
*ওপৰৰ বায়ুপথ বন্ধ হলে-নাক বাজে।অধ্যনয়ত দেখা গৈছে যে-শুই থকাৰ সময়ত মূৰটো ওপৰলৈ তুলি ৰাখিলে-অষ্ট্ৰাক্টিভ স্লিপ এপনিয়া থকা ৰোগীৰ বায়ুপথৰ বাধা গ্ৰস্ততা ৰোধ কৰি পাৰি।