বাৰাণসীত নিৰ্মাণ হ’ব এই অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ভগৱান শিৱৰ ত্ৰিশূল, ডম্বৰুৰ আৰ্হিও সন্নিবিষ্ট হ’ব এই ষ্টেডিয়ামখনত। একেলগে ৩০ হাজাৰ দৰ্শকে খেল উপভোগ কৰাৰ সুবিধা থাকিব এই ষ্টেডিয়ামখনত।
বাৰাণসীত নিৰ্মাণ হ’ব এই অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author