লোকসভা নিৰ্বাচনক লৈ BJP, AGP, UPPLৰ সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিৰ প্ৰথম খন বৈঠক…

1 min read

লোকসভা নিৰ্বাচনক লৈ BJP, AGP, UPPLৰ সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিৰ প্ৰথম খন বৈঠক বিজেপি ৰাজ্যিক কাৰ্য্যালয় অনুষ্ঠিত হয় ৷

১০গৰাকী সদস্যৰে তিনি দলৰ মাজত গঠন সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিখনত বিজেপিৰ পৰা পল্লৱলোচন দাস, মনোজ বৰুৱা, ধ্ৰুৱজ্যোতি মৰল সমিতিত অগপৰ পৰা সমিতিখনত মনোজ শইকীয়া, সুনীল ডেকা, তপন দাস আৰু তুলাৰাম গগৈক দায়িত্ব
UPPLৰ পৰা লৰেঞ্চ ইছলাৰী, উইলছন হাজদা আৰু ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে ৷ পল্লৱলোচন দাস সংসদ চলি থকা বাবে উপস্থিত নাছিল ৷


তিনিও দলৰ মাজত বিভিন্ন বিষয়ত ইছ্যুভিত্তিক সিদ্ধান্ত লৈ সেঁতু হিচাপে কাম কৰিব এই সমিতিখনে ৷

You May Also Like

More From Author