বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ। ২৩ ছেপ্টেম্বৰত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰ। দুয়োকে হত্যা কৰাৰ সন্দেহ সোণাৰিৰ গাড়ী মালিক-চালক সন্থাৰ। ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ গৈছিল দুয়ো। দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩ ছেপ্টেম্বৰত ওভতাৰ পথত বিচ্ছিন্ন হৈছিল যোগাযোগ।
বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author