নিহতৰ সংখ্যা প্ৰায় ৫,৩০০লৈ বৃদ্ধি
এতিয়াও সন্ধানহীন দহ হাজাৰৰো অধিক লোক
লিবিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা দেশখনৰ প্ৰধানমন্ত্ৰীৰ
৩ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা
এনেদৰে মুষলধাৰ বৰষুন অব্যাহত থাকে তেনেহ’লে পুনৰবাৰ পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ওছামা হামাদে
যাৱতীয় পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ তৎপৰ হৈ পৰিছে স্থানীয় প্ৰশাসন
সন্ধানহীন লোকক উদ্ধাৰৰ বাব অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলৰ অভিযান।