অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান!

1 min read

অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান। NIA ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক লক্ষ্য। অনলাইনত। গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা। তেহৰিক-ই-তালিবান, অলকায়দাৰ যুৱ প্ৰজন্মক উচটনি। পাক-আফগানিস্তান সীমান্তত সক্ৰিয় হৈছে দুয়োটা সংগঠন। NIAৰ হাতত পৰিছে অলকায়দাৰ গোপন অভিসন্ধিৰ তথ্য। এই সন্দৰ্ভত ATSক এলাৰ্ট জাৰি কৰিছে NIA।

You May Also Like

More From Author