জ্যোতিষৰ মতে শনি গ্ৰহ আটাইতকৈ লেহেমীয়া, প্ৰতি ডেৰ-দুবছৰৰ মূৰে মূৰে নিজৰ ৰাশি সলনি কৰে। জ্যোতিষৰ মতে শনি কৰ্ম আৰু ন্যায়ৰ দেৱতা। ৩০ বছৰৰ পাছত শনি গ্ৰহ নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিত ৷ ১৭ জানুৱাৰীত শনি কুম্ভত প্ৰৱেশ কৰে, তাৰ পিছত ঠিক ৬ মাহৰ পিছত সলনি হয়, অৰ্থাৎ ২০২৩ চনৰ
Month: September 2023
লখিমপুৰত আনন্দ মিশ্ৰৰ আৰক্ষী বাহিনীক আক্ৰমণ। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালে আক্ৰমণ কৰে আৰক্ষীক। লখিমপুৰৰ বঙালমৰাৰ ২ নং আহমেদপুৰত এই আক্ৰমণৰ ঘটনা। ড্ৰাগছ পেডলাৰক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে। ছাদ্দাম হুছেইনক আটক কৰা আৰক্ষীৰ ওপৰত আক্ৰমণ পৰিয়ালৰ। আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলে। অসামৰিক পোচাকত আৰক্ষীয়ে চলাইছিল অভিযান। আক্ৰমণকাৰীয়ে মোকলাই লৈ
দুপৰ টেঙা ই এবিধ ঔষধি গুণ থকা ৰসাল উদ্ভিদ।দুপৰ টেঙা পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে ইয়াক পাতে গজা পাত বুলিও কোৱা হয়।দুপৰ টেঙাৰ যথেষ্ট স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতা আছে।এই টেঙাৰ পাত এখিলা মাটিত পেলাই থলেও সহজে গছ গজে।এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে ইয়াক দুপৰ টেঙা বোলা হয়।
শুকুৰবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন। যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়াৰ নক্সা কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি সেইগৰাকী শিল্পীৰ আজি ৯৭ সংখ্যক ওপজা দিন। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে। বিশ্ববিখ্যাত শিল্পীগৰাকীৰ ওপজা দিনটো উলহ-মালহেৰে
গ্ৰীষ্ম কালৰ আগমণৰ লগে লগে ছালৰ ভিন্ন ৰোগে দেখা দিয়ে । গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?গ্ৰীষ্মকালত ছালৰ যত্ন লোৱাটো যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে সেয়েহে গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধে হৈছে পানী। পৰ্যাপ্ত পৰিমানে পানী সেৱন কৰি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখক৷গৰমৰ এই সময়ত পানী