“এক দেশ, এক নিৰ্বাচন” নীতি হ’ল দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক নি:শেষ কৰাৰ ভয়াবহ পৰিকল্পনা :অখিল গগৈ
Month: September 2023
আপোনালোকৰ পৰা অলপমান সহায় বিচাৰিছোঁ। আপোনালোকৰ অলপ সহায়ে কাৰোৱাৰ জীৱনৰ ৰং ঘূৰাই দিব পাৰে। এয়া আমাৰ মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰুমি শইকীয়া। হঠাৎ তাইৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। বৰ্তমান বৃক্কজনিত জটিল ৰোগত আক্রান্ত হৈ GMCH হাস্পতালত চিকিৎসাধীন হৈ আছে। বৰ্তমান তাইৰ দুয়োটা কিডনী বিকল । মাকৰ এটা কিডনী তাইক দিব
টোপনি নোহোৱা সমস্যাটো অতি অস্বস্তিকাৰক৷ এই সমস্যাত যিসকলে ভোগে তাৰ যন্ত্ৰণা তেওঁলোকেহে বুজে৷ মন অস্থিৰ হৈ থাকিলে টোপনি নোহোৱা সমস্যা হয়৷ মন অস্থিৰ হোৱাৰ অন্যতম কাৰণ হৈছে মানসিক চাপ৷ মানসিক চাপত থাকিলে টোপনি নোহোৱাটো স্বাভাৱিক৷ পিছে সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ’লে ঠিকমতে টোপনি হ’বই লাগিব৷ টোপনিৰ অভাৱ হোৱাৰ লগে লগে বিভিন্ন
বলীউডৰ অভিনেত্ৰী আৰু ৰাজনীতিকৰ প্ৰেম-বিবাহ নতুন কথা নহয় যদিও অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাদ্দাৰ প্ৰেম-ৰোমাঞ্চৰ খবৰ সদায় নিত্য-নতুন৷ আপৰ নেতা, সুবক্তা ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰী পৰিণীতিৰ প্ৰেম পৰ্বই বিনোদন জগতত দীৰ্ঘদিন ধৰি বেচ আমোদৰ খোৰাক জগাই আহিছে৷ সম্প্ৰীতি ৰাঘৱ-পৰিণীতি বলীউড আৰু ৰাজনীতি জগতখনৰ হিট যুটী৷ দুয়োৰে বাগদান সম্পন্ন
বৰষুণে বিধি-পথালি দিলে ভাৰত-পাকিস্তানৰ মেচত। শনিবাৰে এছিয়া কাপৰ লীগ পৰ্বৰ প্ৰথমখন মেচ শ্ৰীলংকাৰ কেণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। কিন্তু বৰষুণৰ বাবে এই মেচখন পৰিত্যক্ত হোৱা বুলি আম্পায়াৰে ঘোষণা কৰিবলগা হয়। দীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত অনুষ্ঠিত হৈছিল ভাৰত-পাক মহাৰণ। দৰ্শকৰ আনন্দ-উত্তেজনাত চেঁচা পানী ধালি ফলাফলহীনভাৱে মেচৰ যৱনিকা পৰে। অৱশ্যে দৰ্শকৰ প্ৰথম ইনিংছত