পবিত্ৰ ভাদ মাহৰ অন্যতম পবিত্ৰ তিথি কৃষ্ণ জন্মাষ্টমী অহা সপ্তাহত উদযাপন কৰা হ’ব। এই তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। জনবিশ্বাস অনুসৰি, এই তিথিতে ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। অসমীয়া পঞ্জিকা অনুসৰি, এইবাৰ জন্মাষ্টমী তিথি ৬
Month: September 2023
বজালী কাণ্ডত CIDৰ জালত পৰিল আৰক্ষী বিষয়া গায়ত্ৰী সোণোৱাল। আজি গুৱাহাটীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিলে গায়ত্ৰী সোণোৱালক। গায়ত্ৰী সোণোৱাল ASP হৈ থাকোতে সংঘটিত হৈছিল বজালী কাণ্ড। ৰবিউল ইছলামৰ পৰা ধন দাবীৰ অভিযোগ উঠিছিল সোণোৱালৰ বিৰুদ্ধে। শেহতীয়া খবৰ অনুসৰি, অভিযুক্ত গায়ত্ৰী সোণোৱালক CID কাৰ্যালয়তে ৰখাৰ বিপৰীতে আন এজন অভিযুক্ত পুষ্কল
মেষ ৰাশি: আজি ধাৰ্মিক আৰু আধ্যাত্মিক কামত আপোনাৰ সময় পাৰ হ’ব। আজি ধনৰ লেনদেন পৰিহাৰ কৰা উচিত। শৰীৰ আৰু মনত ভয় থাকিব। ধৰ্মীয় কামত ধন ব্যয় কৰা হ’ব। বৃষ ৰাশি: ব্যৱসায় বৃদ্ধি পাব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। আপুনি বিবাহিত জীৱনত সুখ আৰু সন্তুষ্টি লাভ কৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ
গোৱালপাৰাৰ ধূপধৰাৰ মাজমজিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এখন যাত্ৰীবাহী বাছ জ্বলি ভস্মিভূত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰাও পৰিলক্ষিত হয়। প্ৰাপ্ত তথ্য অনুযায়ী আজি পুৱা প্ৰায় ৯ মান বজাত ধূপধৰা বাছ স্থানত ১৭ নং
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কাইলৈ মহাকাশলৈ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ