*বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থানটোক উপাসনা গৃহ বুলি গণ্য কৰা হয়।বাস্তুৰ নীতি শক্তিৰ ওপৰত আধাৰিত আৰু বেছিভাগ শক্তি-উপাসনা গৃহৰ পৰা ওলাই আহে।( Religious Studies ) *বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত ৰখা সকলো বস্তুৰ বিশেষ গুৰুত্ব আছে।নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত ৰখা-কিছুমান বস্তুৱে-ঘৰৰ সদ্যসকলৰ ওপৰত-বেয়া
Month: September 2023
নলবাৰীৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱত ৰহস্যজনকভাৱে মৃত্যু মাতৃ-কন্যাৰ । চুবুৰীয়া পৰিয়ালৰ পুখুৰীত উদ্ধাৰ মহিলাগৰাকীৰ লগতে কণমানি কন্যা সন্তানৰ মৃতদেহ। মৃত ৰুণজুনি বেগম (২৪) গাঁওখনৰ বাসিন্দা আইনুল আলীৰ পত্নী। জানিব পৰা মতে, মংগলবাৰে স্বামী-স্ত্ৰীৰ মাজত এটা ম’বাইল ফোনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল, তাৰ পিচতে ৰহস্যজনকভাৱে ৰুণজুনি বেগম আৰু
এক দুখলগা ঘটনা। বিয়াৰ আশা মনত লৈ কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই এই সংসাৰৰ পৰা অকালতে বিদায় ল’লে নলবাৰীৰ কৰৱী তালুকদাৰে। অহা ৯ অক্টোবৰত বিয়াৰ দিন ঠিক হৈছিল আৰু ৰুবুল দত্তৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল কৰৱীৰ। কিন্তু বিধিৰ বিপাক, বিয়াৰ পূৰ্বেই এই সংসাৰ এৰি গুচি গ’ল ২৫ বছৰীয়া
শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়।বিশ্বাস কৰা হয় যে, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে। যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে। ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই
দিল্লীত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হ’ল। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ জংগপুৰাত থকা এখন অলংকাৰৰ শ্ব’ৰূমত চোৰে মুধচ ভাঙি কে’বা কোটি টকাৰ আ-অলংকাৰ লুট কৰিলে। উক্ত শ্ব’ৰূমৰ স্বত্বাধিকাৰীয়ে দাবী কৰা অনুসৰি, বিপণীখনত থকা ২০ৰ পৰা ২৫ কোটি টকা মূল্যৰ হীৰা আৰু সোণৰ আ-অলংকাৰ চুৰি হ’ল। স্বত্বাধিকাৰীজনে কয় যে নিশা বিপণী বন্ধ কৰালৈকে