আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা হৈছে ক্ৰোধ । ক্ৰোধ অৰ্থাৎ খং। ৫০০০ বছৰ আগতেও আমাৰ এইটোৱেই সমস্যা আছিল , সেইবাবে শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণই ক্ৰোধৰ পৰা মুক্তি পাবলৈ কিছুমান উপায় কৈছে আৰু ক্ৰোধক নৰকৰ দুৱাৰ বুলি কৈছে। (Religious Studies) প্ৰথমতে আপোনাক জনাও যে ক্ৰোধ কেৱল আৱেগ,মনৰ ভাৱ ব্যক্ত কৰাৰ এক উপায়।
Month: September 2023
এটি প্ৰশ্ন মানুহৰ মনত সদায় উদয় হয় , যে মানুহৰ ভাগ্য কেতিয়া লিখা হয় , জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তলৰ কথাখিনি মন দি শুনো আহক ,, ধৰা হৈছে আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম লৈছে অৰ্থাৎ খুব ধনী ঘৰত জন্ম
গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক ক্ৰমে -৩৬ -৪৪ সদায় পাঠ কৰিলে মনোবল বৃদ্ধি হয়। নিজে পাঠ কৰাৰ লগতে ঘৰৰ সকলোৱে পাঠ কৰিলে গৃহৰ পৰা নাকাৰাত্মক ভাব দূৰ হয়। এই শ্লোক কেইটাৰ ধ্বনিত বহুত সাকাৰাত্মক উৰ্জা আছে। अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।। ৩৬।। অসমীয়াত– অবাচ্যবাদাংশ্চ বহুন্ বদিষ্যন্তি
মঙলদৈ সদৰ থানাৰ এছআই কৰবী শইকীয়াক নিলম্বন। শইকীয়াৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি, সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ। তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ। অভিযোগ অনুসৰি কৰবী শইকীয়াক লৈ পূৰ্বেও বহু বিতৰ্কৰ সৃষ্টি হৈছিল। মঙলদৈৰ পূৰ্বে তেওঁ ধূলাত আছিল আৰু তাতো তেওঁ জনসাধাৰণৰ লগতে সহকৰ্মীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ আছে। কেৱল ইমানেই
কোকৰাঝাৰৰ জয়পুৰ মংগোঝোৰা আঞ্চলিক মধ্য ইংৰাজী আৰু হাইস্কুল খেলপথাৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হয় প্ৰথম আদিৱাসী শান্তিচুক্তি দিৱস । ২০২২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিৱাসী বিদ্ৰোহী সংগঠন ক্ৰমে আনলা, আপা, বীৰছা, কোব্ৰা আৰু এচটিএফৰ ৮টা গোটৰ নেৰ্তৃবৰ্গৰ সৈতে ৰাজ্যচৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি