আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

0 min read
  • শৰতৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰ্বণ হ’ল গণেশ চতুৰ্থী। এই বছৰ গণেশ চতুৰ্থী পৰিছে আহিন মাহত।
  • ইংৰাজী তাৰিখ অনুসৰি ১৯ ছেপ্টেম্বৰ মঙলবাৰে পালন কৰা হ’ব গণেশ চতুৰ্থী।
  • চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ’ব তাৰ আগদিনাৰ পৰাই। ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.৩৯ মিনিটত আৰম্ভ হ’ব চতুৰ্থী।
  • চতুৰ্থী তিথি থাকিব পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৪৩ বজালৈ।
  • গণপতিৰ আৰাধনাৰ সময় ১১.০১ বজাৰ পৰা দুপৰীয়া ১.২৮ বজালৈ।

You May Also Like

More From Author