এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে

1 min read

এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে। নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ।

You May Also Like

More From Author