ভগৱান শ্ৰী ৰামৰ এই গুণসমূহ শিকিব লাগে

1 min read

ভগৱান শ্ৰী ৰামৰ জীৱনৰ পৰা বহু কথাই শিকিবলৈ পোৱা যায়।বিশেষকৈ প্ৰভূ শ্ৰী ৰামৰ দ্বাৰা-ব্যৱহাৰিক নীতিসমূহ। এয়াই কাৰণ আছিল যে-কঠিন পৰিস্থিতিটো তেওঁ সফল আছিল। ( Religious Studies )

ভগৱান শ্ৰী ৰামৰ এই গুণসমূহ শিকিব লাগে।

১)সকলোৰে লগত হাঁহি মুখত লৈ লগ কৰা।

২/সকলোৰে নামটো মনত ৰখা,আৰু তেওঁলোকক সেই নামেৰে সম্বোধন কৰা।

৩/আনৰ কথা ধ্যান দি শান্ত মনেৰে শুনা।

৪/সকলোৰে প্ৰতি সঁচা নিষ্টা ৰখা।

৫/সকলোকে সন্মান কৰা। ( Religious Studies )

৬/কাকোৱে নিজৰ বিচাৰ মানি লবলৈ তৰ্ক বা বিবাদৰ সহায় লব নালাগে।

৭/উচ্চ আদৰ্শ আৰু সিদ্ধান্তক পালন কৰিবলে,প্ৰতিটো কষ্টক সহিবলৈ প্ৰস্তুত হৈ থাকিব লাগে।

৮/আনৰ বিচাৰ আৰু ভাৱনাৰ প্ৰতি সঁচা সহানুভূতি ৰাখিব লাগে।

৯/আনৰ দৃষ্টিৰ দ্বাৰা ঘটনা বা বস্তুক দেখাৰ প্ৰয়াস কৰিব লাগে।

১০/নিজৰ ভুলক শীঘ্ৰে স্বীকাৰ কৰি লব লাগে।

১১)আনৰ বিচাৰৰ প্ৰতি আদৰৰ ভাবনা থাকিব লাগে।

You May Also Like

More From Author