যুদ্ধ পৰিস্থিতিৰ মাজতে ইজৰাইলত আৱদ্ধ শোণিতপুৰৰ ঠেলামৰাৰ ভাৰতী…

0 min read

🔴 যুদ্ধ পৰিস্থিতিৰ মাজতে ইজৰাইলত আৱদ্ধ শোণিতপুৰৰ ঠেলামৰাৰ এগৰাকী নাৰ্ছ।
🔴 কৰ্মসূত্ৰে ইজৰাইলৰ তেল আভিভত আছে ভাৰতী শিৱকোটি নামৰ নাৰ্ছ গৰাকী।
🔴 হঠাতে যুদ্ধ পৰিস্থিতি উদ্ভৱ হোৱাত উদ্বিগ্ন নাৰ্ছগৰাকী। উদ্বিগ্ন ঠেলামৰাৰ গৰুডুবাত থকা পৰিয়ালো।

You May Also Like

More From Author