গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

0 min read

🔴গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ
🔴শান্তিপুৰৰ ইন্দিৰা গান্ধী পথৰ নলাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ
🔴স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
🔴বৰ্তমানো জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়
🔴কোনো লোকে হত্যা কৰি নলাত পেলাই থৈ যোৱাৰ সন্দেহ

You May Also Like

More From Author