বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত থকা বাস্তু দোষৰ বাবে-ব্যক্তিৰ উন্নতিৰ পথত বাধা অহাৰ লগতে-আৰ্থিক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। ( Assamese Fact )
প্ৰতিজন লোকে এয়া বিচাৰে যে-তেওঁ বহুত ধনী হয়,আৰু যেন তেওঁৰ কোনো অভাৱ নহয়।এই সপোনক পূৰ্ণ কৰিবলে-ব্যক্তিয়ে বহু কষ্ট কৰে।এটি সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ পইচা এনেদৰে ৰাহি কৰে যে-নিজৰ শৰীৰটোলৈ নাচায়।প্ৰতিজন ব্যক্তিয়ে এই কাৰ্য্যত সফল নহয়।বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত বাস্তু দোষ হোৱাৰ বাবেও ধনৰ হানি হোৱাৰ সন্মুখীন হবলগীয়া হয়।এইবাবে-ব্যক্তিয়ে যাতে-যিমানে কষ্ট নকৰক কিয়-তেওঁ সফলতা আৰু ধন লাভ কৰিব নোঁৱাৰে।এইবাবে বাস্তু শাস্ত্ৰই কিছু বস্তু ৰখাৰ কথা কৈছে।
বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়।
বাস্তু শাস্ত্ৰ অনুসাৰে-মুখ্য দুৱাৰৰ দুয়োফালে শ্ৰী গণেশৰ ফটো লগাব লাগে।মূৰ্তিও ৰাখিব পাৰে।এনে কৰিলে ঘৰৰ বাস্তু দোষ কম হয়।যাৰ দ্ধাৰা সুখ-সমৃদ্ধি আহে।
তুলসী-
বাস্তু শাস্ত্ৰ অনুসাৰে-তুলসী-ধন আৰু সমৃদ্ধিৰ প্ৰতীক হয়।সেইবাবে-তুলসী ঘৰত ঈশান কোণত লগাব লাগে।এয়া শুভ মনা হয়!ইয়াৰ দ্ধাৰা ঘৰত সকাৰত্মক ওৰ্জা বৃদ্ধি হয়।আৰু ঘৰলৈ ধনৰ আগমন হয়। ( Assamese Fact )
কুবেৰ য়ন্ত্ৰ-
ভগৱান কুবেৰক ধন আৰু সমৃদ্ধিৰ দেৱতা মনা হয়।বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰৰ,উত্তৰ-ঈশান কোণৰ স্বামী ভগৱান কুবেৰ হয়।সেইবাবে-এই দিশত শৌচালয়,জোতা ৰখাৰ ৰেগ,বা গধূৰ আচ-বাবৰ দৰে বস্তু ৰাখিব নালাগে।ইয়াৰ দ্ধাৰা নকাৰত্মক ওৰ্জা বৃদ্ধি হয়।সমৃদ্ধিৰ বাবে উত্তৰ দিশৰ বেৰত কুবেৰ য়ন্ত্ৰ লগাব লাগে।
আলমাৰি-
বাস্তু অনুসাৰে-ঘৰৰ দক্ষিণ-পশ্চিম কোণত,পইচাৰ বাহিৰে সকলো মূল্যৱান বস্তু আৰু মহত্বপূৰ্ণ দস্তাবেজ ৰাখিব লাগে।ইয়াৰ লগতে ঘৰ বা অফিচত আলমাৰিক এনে ধৰণে ৰাখিব লাগে যে-আলমাৰিৰ দুৱাৰ উত্তৰ বা উত্তৰ পূৱ দিশৰ ফালে খুল খায়।এনে কৰিলে ধনৰ অভাৱৰ সন্মুখীন হবলগীয়া নহয়।
সদায়ে ঘৰৰ মন্দিৰত জ্বলাব লাগে বন্তি-
বাস্তু শাস্ত্ৰ অনুসাৰে-সদায়ে ঘৰৰ মন্দিৰত পুৱা-গধূলী চাকি জ্বলাব লাগে।এনে কৰিলে ঘৰৰ বাতাবৰণ শুদ্ধ হয়।ঘৰৰ গোসাঁই ঘৰত দেৱী লক্ষ্মীৰ মূৰ্তি বা ফটো ৰাখিব লাগে।ইয়াৰ দ্ধাৰ ঘৰৰ আৰ্থিক স্থিতি শক্তিশালী হব।