ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী

1 min read
  • ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীত অধ্যয়ন কৰি আছে শ্ৰুতি।

  • ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী।
  • শুকুৰবাৰৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাই শ্ৰুতিৰ। শুকুৰবাৰে বিয়লি পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল বুলি জনায় পৰিয়ালে।
  • ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজী (মাজিটাৰ)ত অধ্যয়ন কৰি আছে শ্ৰুতি।
  • ছিকিমৰ ভয়ংকৰ দুৰ্যোগত আবদ্ধ অসমৰ বহু লোক, শিক্ষাৰ্থী।
  • ‘The Voice India Kids’ৰ দ্বিতীয় ৰানাৰ আপ শ্ৰুতি গোস্বামী।
  • অসমৰ আবদ্ধ লোকসকলক শীঘ্ৰে উদ্ধাৰৰ আশ্বাস ৰাজ্য চৰকাৰৰ।

You May Also Like

More From Author