মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা

0 min read

🔴মুকলিৰ এদিন পিছতেই শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা
🔴গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা
🔴দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত
🔴উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন
🔴চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন
🔴সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক
🔴ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক
🔴দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ
🔴বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ
🔴দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী জোৱান
ফটো তুলি থকা অৱস্থাত এগৰাকী পথাচাৰীও আঘাতপ্ৰাপ্ত

You May Also Like

More From Author