মহানগৰীৰ গাড়ীগাঁৱত গুলীচালনা!

0 min read

বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ গাড়ীগাঁৱত গুলীচালনা ৷ ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষী আৰু এছটিএফে শূন্যলৈ গুলীচালনাৰে খেদি খেদি গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী এটাক ৷

ইতিমধ্যে আৰক্ষীয়ে আন আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত গাড়ীগাঁৱৰ কেতবোৰ স্থানত অভিযান অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author