Month: October 2023

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ…

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ…

মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯৬০০ টকালৈ বৃদ্ধি কৰা, অহা ১০ দিনৰ ভিতৰত ৰান্ধনী -সহায়িকাসকলৰ সমস্যা সম্পৰ্কত কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা, ১০ দিনৰ ভিতৰত মাহিলী বকেয়া

১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

উৎকোচ লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁৱৰ আৰ এছ এছ নেতাৰ পত্নী তথা খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

কইনাধৰাৰ হত্যাকাণ্ডত জড়িত ৩ অভিযুক্তক গ্রেপ্তাৰ ক্রাইম ব্রান্সৰ। জনৈক গোৱেংকা উপাধিৰ যুৱকৰ দ্বাৰা সংঘটিত হৈছিল এই হত্যাকাণ্ড। অভিযোগ অনুসৰি গায়িত্রী সিনহাৰ চতুৰ্থ প্রেমিক আছিল গোৱেংকা উপাধিধাৰী ব্যক্তিগৰাকী। হত্যাকাণ্ডৰ বাবে বিহাৰৰ

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টানক সমৰ্থিত পোষ্ট কৰাৰ বাবে আটক এজন যুৱক। হোৱাটছএপত পেলেষ্টাইনক সমৰ্থন কৰি ষ্টেটাচ দিয়া বাবে কৰ্নাটকৰ বিজয়নগৰ আৰক্ষীয়ে আটক কৰে আলম পাশা নামৰ ২০ বছৰীয়া যুৱকগৰাকীক। আৰক্ষীয়ে তথ্য লাভ কৰিছিল