Month: October 2023

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। কইনাধৰাত এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। যুৱকজনৰ বুকুত গুলী লগা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠত।

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু, মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু, মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত

বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী। নিহত হয় ৩৩ বছৰীয়া ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী। ৰে’ল দুঘটনাত নিহত হোৱা ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ ঘৰ তিনিচুকীয়াৰ চপাখোৱাত। সম্প্ৰতি

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, অসমলৈ আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, অসমলৈ আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। অসমলৈ আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত। ডাউন লাইনত গৈ থকা ৰে’লখন লাইনচ্যুত হৈ পৰে। জানিব পৰা মতে, এই দুৰ্ঘটনাত ৰে’লখনৰ কেইবাটাও ডবা বাগৰি পৰিছে।

বিহাৰৰ ৰঘুনাথপুৰ ষ্টেশ্যনৰ সমীপত নৰ্থ–ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

বিহাৰৰ ৰঘুনাথপুৰ ষ্টেশ্যনৰ সমীপত নৰ্থ–ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

🔴নৰ্থ–ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত🔴বিহাৰৰ ৰঘুনাথপুৰ ষ্টেশ্যনৰ সমীপত লাইনচ্যুত ৫টা ডবা🔴আৱদ্ধ অসমৰ শ শ যাত্ৰী🔴মুকলি কেইবাটাও হেল্পলাইন নম্বৰ

মন্দিৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে..

মন্দিৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে..

মন্দিৰ,ঘৰ,দোকান,ফেক্টৰী,অফিচ আদিত এক প্ৰমুখ স্থান থাকে-পূজাঘৰৰ।আমি ভগৱানক যিকোনো সময়তে-কোনো ধৰণে স্মৰণ কৰিলে-সেয়া কল্যাণকাৰী হয়।কিন্তু ঘৰত প্ৰতিটো দিশৰে নিজৰ এক মহত্ব থাকে।প্ৰতিটো কোণৰে নিজৰ এক বিশেষত্ব থাকে।যাৰ প্ৰভাৱ আমাৰ জীৱনত পৰে।পূজা