ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম আপুনি জানে নে ?

1 min read

ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম আপুনি জানে নে ?

ৰামভক্ত বীৰ হনুমান চাৰিযুগে অমৰ,এতিয়াও আছে বজৰংবলী ৷পুৰুষোত্তম শ্ৰীৰাম ভক্ত হনুমানৰ জন্ম ৰহস্যও অদ্ভূত ৷
হনুমান মহাদেৱৰ অৱতাৰ ৷ৰামক হৃদয়ঙ্গম কৰি জয় শ্ৰীৰাম বুলি কৈ পৱন পুত্ৰই বায়ু বেগে উৰি গৈছিল ৷শ্ৰীৰাম বুলি শিলত লিখি পানীত দিলে শিল বিলাকো ওপঙি উঠিছিল কিন্তু প্ৰভূ শ্ৰীৰামে ৰাম বুলি শিলত লিখি পানীত দিয়াত শিলটো দুবি গৈছিল কাৰণ হনুমান ভকত আছিল বাবে শিলবিলাক ভাহি উঠিছিল ৷কাৰণ ভকত ভগৱান একেই বস্তু ৷এতিয়া জানো আহক ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম-

1/হনুমান

2/বজৰংগবলী

3/পৱন পুত্র

4/মাৰুতি

5/শংকত মোচন

6/ৰাম দূত

7/মহাবীৰ

8/বালাজী

You May Also Like

More From Author