দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন, দুৰ্বৃত্তই লুটি নিলে বাইক

0 min read
  • বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা।
  • উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।
  • বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
  • গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা।
  • দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন।
  • বোকাখাত চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ উদয় চাংমাইক।
  • কাজিৰঙা দিশৰ পৰা বোকাখাতলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

You May Also Like

More From Author