কঁকালৰ বিষৰ সমস্যাত অধিকাংশ লোকে কম-বেছি পৰিমাণে ভাৰাক্ৰান্ত হয়। কাৰ্যালয়ত দীঘলীয়া সময় বহি থকা, শাৰীৰিক পৰিশ্ৰম তুলনামূলকভাৱে কমকৈ কৰা, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত কঁকালৰ বিষৰ সমস্যাই দেখা দিয়ে। কম বয়সীয়া লোকৰ মাজত এতিয়া এই সমস্যাই দেখা দিছে আৰু ক্রমশঃ দ্রুতভাৱে ই বিয়পি পৰিছে। শেহতীয়া গৱেষণা অনুসৰি আগন্তুক কেই বছৰমানৰ
Month: November 2023
ৰন্ধাৰ ক্ষেত্ৰতেই হওঁক বা চালাড বা ফলৰ ক্ষেত্ৰতই হওঁক আমি সকলোৱে বগা নিমখ ব্যৱহাৰ কৰো । কিন্তু চিকিৎসকসকলে অত্যাধিক নিমখ খোৱাৰ অভ্যাস এৰাৰ কথা বাৰে বাৰে পৰামৰ্শ দিয়ে। অত্যাধিক নিমখ খোৱাৰ ফলত বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। পুষ্টিবিদসকলৰ মতে, কিন্তু সাধাৰণ নিমখৰ সলনি আহাৰত কলা নিমখ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে
হৃদযন্ত্ৰৰ ধমনী বা আর্টাৰিৰ বেৰৰ সংকোচন-প্ৰসাৰৰ এটা নিৰ্দিষ্ট ছন্দ থাকে। নির্দিষ্ট মাত্ৰাৰে এই ছন্দ চলি থাকে বাবে বিষয়টোক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়। এই প্ৰক্ৰিয়াত যদি ব্যাঘাত জন্মে তেতিয়া ধমনীৰ মাজত থকা বিষ গ্ৰাহকসমূহ উদ্দীপ্ত হয়। এই উদ্দীপনা কেন্দ্ৰীয় মস্তিষ্কই লাভ কৰে। ফলত ধমনীৰ মাজত ৰক্তচাপ বৃদ্ধিৰ লগে লগে
নেমু টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট ফ্লেভোনয়েড সমৃদ্ধ। সেই বাবে কোষসমূহ ক্ষতিসাধন ‘হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ কোষসমূহ সুৰক্ষিত হৈ নাথাকিলে অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। শৰীৰত সৃষ্টি হোৱা ফ্ৰীৰেডিকেল সমূহে এই কোষসমূহ ধ্বংস কৰাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে। এইবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিয়মীয়াকৈ নেমু খাব
আমাৰ শৰীৰটোৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কেলছিয়াম হৈছে অন্যতম । আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভ্যাসৰ অভাৱত এতিয়া বহুতো লোকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে। আনহাতে, ইয়াৰ অভাৱৰ সমস্যা দূৰ কৰিবলৈ হ’লে জীৱন যাপনৰ পদ্ধতিৰ পৰিৱৰ্তন কৰিবই লাগিব। ■ কেলছিয়ামৰ অভাৱ ৰোধ কৰিবলৈ নিয়মীয়াকৈ গাখীৰ খোৱাটো আৱশ্যক কাৰণ গাখীৰত প্ৰচুৰ