চিলনী চোৰৰ সন্ত্রাসত কঁপিছে গুৱাহাটী মহানগৰী৷ আৰক্ষী নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো চকুৰ পচাৰতে অচিনাক্ত দুর্বৃত্তই মূল্যৱান গহনা–গাঁথৰি লৈ পলায়ন কৰাটো এতিয়া যেন গুৱাহাটীৰ বাবে এটা সাধাৰণ ঘটনাত পৰিণত হৈছে৷ সন্ধিয়া হওক বা দিনেই হওক, গহনা পিন্ধি ৰাজপথলৈ ওলোৱাটো এতিয়া একপ্রকাৰ আতংকৰ কাৰণ হৈ পৰিছে মহানগৰীৰ মহিলাসকলৰ বাবে৷ উল্লেখ্য যে সোণৰ
Month: November 2023
“মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি বিভিন্ন স্থানত দুর্বৃত্তই লুটপাত চলাই আহিছে৷ কালি মহানগৰীৰ বৰবাৰীত ৰখাই থোৱা চাৰিচকীয়া বাহনৰ পৰা দিন-দুপৰতে দুর্বত্তই ৩ লাখ টকা লুটি লৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বেলতলা ছার্ভেৰ পাৰিজাত পথৰ এটা বাসগৃহত চোৰে লুটপাত চলায় ৷ পাৰিজাত পথৰ গৃহ নং ১৫ত দুর্বৃত্তৰ দলটোৱে
গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ চলিছে ব্যাপক প্ৰস্তুতি।ইতিমধ্যে অধিৱেশনৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে।অধিৱেশনৰ ৫ নভেম্বৰত মুকলি সভাত মূখ্য অতিথি
🔴কৰ্তব্যৰত অৱস্থাতে সোণাৰিত আকস্মিক মৃত্যু আৰক্ষী জোৱান ৰবীন গগৈৰ🔴নামতোলাৰ পানীগছ অঞ্চলত তালাচীৰত অৱস্থাতে অসুস্থ হৈ পৰে জোৱানজন🔴ততালিকে পত্নীয়ে ভৰ্তি কৰে চৰাইদেউ অসামৰিক চিকিৎসালয়ত🔴চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈৰ
🔷 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ছাদ্দালৈ 🔷 ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ 🔷 ৰাজ্যসভাৰ পৰা নিলম্বিত হৈ আছিল ছাদ্দা 🔷 নিলম্বনৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ আপ নেতাজন 🔷 শুনানিৰ সময়তে বিচাৰপীঠৰ ক্ষমা খোজাৰ নিৰ্দেশ