Month: November 2023

আই আই টি গুৱাহাটীত ছাত্ৰৰ মৃত্যু…

আই আই টি গুৱাহাটীত ছাত্ৰৰ মৃত্যু…

বৃহস্পতিবাৰে শিক্ষা আই আই টি গুৱাহাটীৰ চৌহদত চাইকেল চলাই থকা অৱস্থাতে দুৰ্ঘটনাত পতিত এজন ছাত্র। দুৰ্ঘটনাত পতিত ছাত্রজনৰ চিকিৎ‍সালয়ত মৃত্যু। ছাত্রজন ৰাজস্থানৰ অংকিত সিং ৰাজপুত বুলি চিনাক্ত হৈছে। বৰাক হোষ্টেলৰ আৱাসী আছিল অংকিত নামৰ ছাত্রজন। ৬ মাহ পূৰ্বে আই আই টি গুৱাহাটীলৈ আহিছিল ছাত্রজন। সম্প্রতি গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালৰ মৰ্গত ৰখা

অভয়াপুৰীৰ পাখিৰিগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

অভয়াপুৰীৰ পাখিৰিগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

AS 19 P 0335 Balano বাহন আৰু AS 26 D 6570 স্কুটিৰ মাজত মূখামুখি সংঘৰ্ষ হয়।এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন আৰহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ AS19P0335 নম্বৰৰ চাৰিচকীয়া বাহন খন পথৰ কাষত থকা বিদ্যুতৰ খুটাত খুন্দা মৰাৰ লগতে AS 26 D 6570 স্কুটি খনক মহতিয়াই

ভাওৰাগুৰিত এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

ভাওৰাগুৰিত এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

গোসাঁইগাঁও,৩ নভেম্বৰ:- গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ চলিছে ব্যাপক প্ৰস্তুতি।ইতিমধ্যে অধিৱেশনৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে।অধিৱেশনৰ ৫ নভেম্বৰত মুকলি সভাত

তিনিচুকীয়াত সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীক প্ৰহাৰ…

তিনিচুকীয়াত সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীক প্ৰহাৰ…

ৰাজ্যত সঘনে উত্থাপন হৈ আহিছে সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিয্যাটন চলোৱাৰ গুৰুতৰ অভিযোগ। বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়াত তেনে এক ঘটনাৰ পোহৰলৈ আহিছে ৷ তিনিচুকীয়াত এগৰাকী বনকৰা যুৱতীক প্ৰহাৰ কৰাৰ লগতে মানসিক নিয্যাটন চলোৱাৰ অভিযোগত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ তিনিচুকীয়াৰ এগৰাকী চৰকাৰী বিষয়া হিচাপে

ৰাজহুৱা স্থানত চুটি পোছাক : উৰ্ফিক আটক মুম্বাই আৰক্ষীৰ

ৰাজহুৱা স্থানত চুটি পোছাক : উৰ্ফিক আটক মুম্বাই আৰক্ষীৰ

গ্লেমাৰ জগতত চৰ্চাত থাকিবলৈ বিচৰা ব্যক্তিৰ সংখ্যা অগণন। অৱশ্যে কিছুসংখ্যকে চৰ্চাত থাকিবলৈ গ্ৰহণ কৰা পন্থা সৰ্বজন গ্ৰহণযোগ্য নহ’বও পাৰে। গ্লেমাৰ জগতত চুটি পোছাকেৰে চৰ্চাত থাকি ভাল পোৱা উৰ্ফি জাভেদক শেহতীয়াকৈ আটক কৰিছে মুম্বাই আৰক্ষীয়ে। অনুৰাগী গোটোৱাৰ বাবে চুটি পোছাক পিন্ধি ৰাজহুৱা স্থানত ঘূৰি ফুৰা উৰ্ফি জাভেদৰ বাবে তেনেই সাধাৰণ কথা