বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়।বিগত 15/20বছৰ ধৰি বিহালীৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি আহিছে। এইবাৰো বিহালীৰ বিভিন্ন স্থানত পকাধান খাই আৰু মহতিয়াই অনিষ্ট সাধন কৰিছে। প্ৰত্যেক নিশাই
Month: November 2023
দশমীৰ নিশা সদ্যোজাতৰ কান্দোনৰ শব্দত মুখৰ হৈ উঠিছিল গুৱাহাটীৰ বোন্দা কলনি। কিন্তু পাছদিনা পুৱা ঘৰখনত সন্তান জন্ম হোৱাৰ কোনো উমঘাম নাপালে চুবুৰীয়াই। ৰাতিটোৰ ভিতৰতে স্বাভাৱিক হৈ পৰিল সকলো। ২৪ অক্টোবৰৰ
এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত
মেষ ৰাশি: আজি আপোনাৰ বাবে এক শুভ দিন। অত্যধিক চিন্তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ’ব। লিখা-মেলা কামৰ বাবে দিনটো ভাল। কোনো মহিলাৰ লগত বিবাদত নপৰিব। পৰিয়ালৰ সৈতে ভাল সময়
আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত