গুৱাহাটীৰ হেঙেৰাবাৰী অনুষ্কা শইকীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। আজি দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে অনুষ্কাৰ প্ৰেমিক ৰাহুলক। ৰাহুলৰ ওপৰত সন্দেহ উপজিছে আৰক্ষীৰ। কাৰণ মৃত্যুৰ পূৰ্বে অনুষ্কাই ছচিয়েল মিডিয়াত দিয়া ষ্টেটাছ পিছত ডিলিট হৈছিল। কোনে ডিলিট কৰিছিল অনুষ্কাৰ ষ্টেটাছ? কাৰ হাতত আছিল অনুষ্কা ম’বাইল?
Month: November 2023
সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত বিগত দুদিনত চৰ্চিত হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত এটা প’ডকাষ্ট অনুষ্ঠানত এজন যুৱক আৰু এগৰাকী যুৱতীৰ বাৰ্তালাপ দেখিবলৈ পোৱা গৈছে। কিন্তু ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পিছৰে পৰা সেই বিশেষ প’ডকাষ্ট ভিডিঅ’টোক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে বিতৰ্ক। কিন্তু কিয়? এনে কি আছে ভিডিঅ’টোত? আচলতে
মহামৃত্যুঞ্জয় মন্ত্ৰক দীৰ্ঘায়ু আৰু স্বাস্থ্যৰ মন্ত্ৰ কোৱা হয়।হিন্দু ধৰ্মৰ শাস্ত্ৰত-এই মন্ত্ৰক মহামন্ত্ৰও কোৱা হয়।মান্যতা অনুসাৰে এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ দীৰ্ঘায়ুৰ প্ৰাপ্তি হয় তথা নিৰোগী হয় থাকে। ( Religious Studies ) ধাৰ্মিক মান্যতা আছে যে-মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তি দীৰ্ঘায়ু হয় আৰু যমৰজাই তেনে লোকক কোনো কষ্ট নিদিয়ে।মহামৃত্যুঞ্জয় মন্ত্ৰৰ উৎপত্তিৰ
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটো আপোনাৰ বৰ ব্যস্ততাপূৰ্ণ হ’ব। আপুনি সকলো কাম কৰিব বিচাৰিলেও সফল হ’ব নোৱাৰিব। দিনটোৰ আৰম্ভণিতে ঘৰুৱা কথাৰ বাবে কামত কিছু পলম হ’ব পাৰে। আপোনাৰ খং উঠিব পাৰে, কিন্তু অশান্তি হোৱাৰ ভয়ত প্ৰতিবাদ কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে। আৰ্থিক লাভৰ সুযোগ আছে। কৰ্মচাৰীয়ে
মানবী জনম পাই হৰি নভজিলা ৷ অৱশ্যে হৈবাহা ভাই তৰু তৃণ শিলা ৷৷ দেৱৰ বাঞ্চনী মানৱী জন্ম ধৰি আদি যদি কোনোৱে হৰিক নভজে তেন্তে সেইজনে অৱশ্যে পৰকালত তৰু তৃণ আৰু শিল হৈ জন্মিব লাগিব ৷ ৮৪ লক্ষ যোনী ভ্ৰমণ কৰি বহু পুণ্যৰ ফলত মনুষ্য তনু লাভ হয় ৷ হৰিৰ চৰণ