Month: November 2023

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত পদ খালী

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ১ ডিচেম্বৰ পশ্চিম মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত ২টা গুৰুত্বপূর্ণ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ দুয়োটা পদৰ বাবে যোগ্য আৰু অর্হতাসম্পন্ন প্রার্থীয়ে অফলাইন আবেদন জনাব পাৰিব৷ যি দুটা পদত প্রার্থী নিয়োগ কৰা হ’ব সেই দুটা হ’ল কণ্ড্রোলাৰ অৱ এক্সামিনেচন আৰু ইউনিভাৰছিটী ইঞ্জিনীয়াৰ৷ দুয়োটা পদৰ বাবে প্রার্থীৰ বয়স হ’ব

ষ্টাফ ছিলেকচন কমিছনত আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ

ষ্টাফ ছিলেকচন কমিছনত আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ

প্রতি বছৰে ষ্টাফ ছিলেকচন কমিছন (এছএছচি) তৰফৰ পৰা বিভিন্ন নিয়োগৰ পৰীক্ষাৰ আয়োজন কৰা হয়৷ পৰীক্ষাত কৃতকার্যতাৰ পিছত দেশৰ বিভিন্ন চৰকাৰী সংস্থা, দপ্তৰ অথবা মন্ত্রালয়ত নিযুক্তি দিয়া হয় প্রার্থীসকলক৷ ২০২৪ চনত বিভিন্ন প্রতিযোগিতামূলক নিয়োগ পৰীক্ষাৰ আয়োজন কৰা হ’ব৷ ইতিমধ্যে কমিছনৰ ৱেবছাইটত পৰীক্ষা সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ ২০২৪–২৫ৰ বাবে প্রকাশিত বিজ্ঞাপন

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

✅আবেদনৰ অন্তিম তাৰিখ ২–৫ ডিচেম্বৰ আছাম পাব্লিক ছার্ভিচ কমিছনৰ তৰফৰ পৰা দুখন নিয়োগ সম্পর্কীয় জাননী জাৰি কৰা হৈছে৷ সেই অনুসৰি অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা সহকাৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনীয়াৰৰ পদ খালী হৈছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ সহকাৰী ইঞ্জিনীয়াৰ (চিভিল/মেকানিকেল/ইলেক্ট্রিকেল/ কেমিকেল)ৰ খালী পদ ৮১টা৷

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

🔴আবেদনৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ (আইআইই) গুৱাহাটীত ৭টা বিভিন্ন বিভাগৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ লীড, মেণ্টাৰ, ছিনিয়ৰ এগজিকিউটিভ আৰু ডাটা এণ্ড্রী অপাৰেটৰ পদসমূহ খালী হৈ আছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে আবেদন জনাব পাৰিব৷ লীড প্রজেক্টৰ খালী পদ ১টা৷ প্রার্থীসকলক মাহিলি ৩৯ হাজাৰ

নীপকোত ৭৫টা পদৰ বাবে আবেদন আহ্বান

নীপকোত ৭৫টা পদৰ বাবে আবেদন আহ্বান

🟢আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ৰ তৰফৰ পৰা ৭৫টা গ্রেজুৱেট এপ্রেণ্টিছ আৰু টেকনিচিয়ান এপ্রেণ্টিছৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্রহী আৰু উপযুক্ত প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব৷ গ্রেজুৱেট এপ্রেণ্টিছৰ খালী পদৰ সংখ্যা ২৮টা৷ ইয়াৰে আছাম গেছ বেছ্ড পাৱাৰ ষ্টেচন, ডিব্রুগড়ত ২টা পদ