Month: November 2023

অতীতৰ সম্পৰ্কৰ কথা নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

অতীতৰ সম্পৰ্কৰ কথা নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

বৃহস্পতিবাৰে কৰ্ণাটকৰ হাছানত সংঘটিত হয় এক নৃশংস হত্যা কাণ্ড। প্ৰেমিকাই পূৰ্বৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা কৰিলে প্ৰেমিকে। জানিব পৰা মতে, হত্যাৰ অভিযুক্ত ২৩ বছৰীয়া প্ৰেমিক তেজশৰ সৈতে প্ৰায় ৬ মাহ পূৰ্বে সম্পৰ্কলৈ আহিছিল ভুক্তভোগী যুৱতীগৰাকী। দুয়োজন একেতা শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থী আছিল। অভিযুক্ত যুৱতীগৰাকীৰ অগ্ৰজ আছিল। আৰক্ষীয়ে

উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস

উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস

উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছে বিশেষ বাৰ্তা। এতিয়াৰে পৰা ৰাজ্যখনত নিষিদ্ধ হ’ব হালাল প্ৰমাণীকৃত মাংস। একাংশ লোকৰ ধৰ্মীয় আৱেগক লক্ষ্য কৰি একাংশ লোকে চলোৱা চেষ্টাক ব্যৰ্থ কৰাৰ বাবেই কোনো দুষ্টচক্ৰই জাৰি কৰা হালাল প্ৰমাণপত্ৰ নিষিদ্ধ কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ মুখ্যপাত্ৰই প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোম্পানীয়ে

ৰাশিফল : আপোনাৰ আজিৰ দিনটো কেনেকৈ যাব জানো আহক

ৰাশিফল : আপোনাৰ আজিৰ দিনটো কেনেকৈ যাব জানো আহক

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। চাওক আহক আজিৰ দিনটোত কোন ৰাশিৰ কি আছে ভাগ্যফল। মেষ ৰাশি : নতুন কাম আৰু নতুন বিনিয়োগৰ বিষয়ে চিন্তা কৰাৰ বাবে ভাল সময়। কাষৰ মানুহক

ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িব : পীযুষ হাজৰিকা

ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িব : পীযুষ হাজৰিকা

ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হৰাৰ ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিত

প্ৰথমবাৰৰ বাবে পৱিত্ৰ বুখাৰী শ্বৰীফ অসমীয়া ভাষালৈ অনুবাদ

প্ৰথমবাৰৰ বাবে পৱিত্ৰ বুখাৰী শ্বৰীফ অসমীয়া ভাষালৈ অনুবাদ

ইছলামৰ সংবিধান খ্যাত বুখাৰী শ্বৰীফ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰি উলিয়ালে বিশিষ্ট ইছলামিক পণ্ডিত তথা সদৌ অসম তালিমী তৰক্কী ব’ৰ্ডৰ সাধাৰণ সম্পাদক মুফতি মুজাহিদুল ইছলাম কাছিমীয়ে। নগাঁও জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অসমীয়া বুখাৰী শ্বৰীফ(১ম খণ্ড) শুভ উন্মোচনী সভাত ধৰ্মীয় গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত গোমাফুলবাৰী টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ