মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ছোৱাত শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ ফলত ‘মুড’ সলনি হোৱা, ক্ৰেম্প, পিঠিৰ বিষ আদিৰ লগতে ছালত জ্বলা-পোৰা, শুষ্কতা, শালমইনা আদিকে ধৰি বহুত সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত, ঋতুস্ৰাৱৰ সময়ত আপুনি ছালৰ সঠিক যত্ন লোৱাটো খুবেই জৰুৰী। ঋতুস্ৰাৱৰ সময়ত ছালৰ কিদৰে গুৰুত্ব ল’ব লাগে,
Month: November 2023
শুকান ফল খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। আমি সকলোয়ে খাই ভাল পোৱা এনে এবিধ শুকান ফল হৈছে কাজু।বিভিন্ন উৎসৱ-পাৰ্বনত আপোনজনক উপহাৰ হিচাপেও কাজু দিয়া হয়।কিন্তু আজিৰ এই ভেজাল যুগত আপুনি কাজু কিনোতে ঠগ খোৱাটো প্ৰায় নিশ্চিত।হয়, বহু বেপাৰীয়ে মুনাফাৰ খাতিৰত বজাৰত খুব নিম্ন মানদণ্ডৰ কাজু বিক্ৰী কৰি আছে। এনে
ভুল খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ ৰোগীৰ সংখ্যা অহৰহ বৃদ্ধি পাবলৈ ধৰিছে।বৰ্তমান দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪ কোটি। যদি সকলো মানুহ সজাগ নহয় তেনেহ’লে ২০৪৫ চনৰ ভিতৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা ১৫ কোটি অতিক্ৰম কৰিব।শিলচৰ ৰাধামাধৱ মহাবিদ্যালয়ত ছাত্ৰ স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু ৰেড ৰিবন ক্লাৱে যৌথভাৱে আয়োজন কৰা ‘ডায়েট এণ্ড হেল্থ’ শীৰ্ষক আলোচনা চক্ৰত
আপোনাৰ ৰাশিফল পঢ়ক: এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব
এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব, স্তব্ধ কামবোৰে গতি লাভ কৰিব, আপোনাৰ ৰাশিফল পঢ়ক মেষ ৰাশি: আপুনি নিজৰ কথা তথা বাণীৰে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত নাম আৰু খ্যাতি বৃদ্ধি পাব। ক্ৰীড়া জগতৰ লগত জড়িত লোকৰ বাবে আজিৰ সময় অতি উত্তম হ’ব।
ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই মেচত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ অপৰাজিত শতকৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াই এক ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছে। শৃংখলাৰ তৃতীয়খন মেচত প্ৰথম খেলা টীম ইণ্ডিয়াই ২২২ ৰানৰ ডাঙৰ স্ক’ৰ লাভ কৰে। এই খেলখনত ঋতুৰাজ গাইকৱাদে শতক অৰ্জন কৰে।