Month: November 2023

অভিভাৱকসকল সচেতন হওঁক, ভয়াৱহ ৰোগ দূৰ কৰিবলৈ সময়মতে লওঁক সন্তানৰ যত্ন

অভিভাৱকসকল সচেতন হওঁক, ভয়াৱহ ৰোগ দূৰ কৰিবলৈ সময়মতে লওঁক সন্তানৰ যত্ন

যিকোনো সময়তে ভয়াৱহ ৰূপ ধাৰণ কৰা এক অন্যতম শাৰিৰীক সমস্যা হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণ। কেৱল প্ৰাপ্তবয়স্ক তথা বৃদ্ধসকলৰেই নহয়, শিশুৰো হ’ব পাৰে এই সংক্ৰমণ। প্ৰস্ৰাৱৰ সংক্ৰমণক মূত্ৰাশয়ৰ সংক্ৰমণ বুলিও কোৱা হয়। বিশেষজ্ঞসকলৰ মতে, যদি মূত্ৰাশয়ৰ যিকোনো অংশত সংক্ৰমণ হয়, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে। শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়

যিমান পাৰে সিমান খাওঁক কমলাৰ ৰস..

যিমান পাৰে সিমান খাওঁক কমলাৰ ৰস..

শৰীৰটোক বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী।বিশেষকৈ ফল, শাক-পাচলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে, বিশেষজ্ঞসকলে বতৰৰ ফল আৰু পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বতৰৰ ফলৰ বিষয়ে ক’লে, এতিয়া কমলাৰ বতৰ। কমলাৰ ৰসে শৰীৰক বহুতো উপকাৰ সাধন কৰে। কমলাৰ ৰস খালে ৰোগ

শৰীৰত আইৰণৰ অভাৱ হ’লে কি খাব লাগে, কি নালাগে জানি লওঁক

শৰীৰত আইৰণৰ অভাৱ হ’লে কি খাব লাগে, কি নালাগে জানি লওঁক

শৰীৰত পুষ্টিৰ অভাৱ হ’লে বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে।শৰীৰৰ লাগতিয়াল পুষ্টিৰ অন্যতম হৈছে আইৰণ।আইৰণ হৈছে এক অতি অত্যাৱশ্যকীয় পুষ্টি, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন যোগান ধৰাৰ কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আইৰণক হিম’গ্ল’বিনৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। ইয়াৰ অভাৱৰ বাবে লোহিত ৰক্ত কণিকা গঠন নহয়। লোহিত ৰক্ত কণিকাৰ

পুনৰ লাভ জেহাদ : উদ্ধাৰ অন্তঃসত্ত্বা কিশোৰী, আটক ২

পুনৰ লাভ জেহাদ : উদ্ধাৰ অন্তঃসত্ত্বা কিশোৰী, আটক ২

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল লাভ জেহাদৰ ঘটনা। মহানগৰ আৰক্ষীয়ে লাভ জেহাদৰ বলি হোৱা ২ কিশোৰীসহ আটক কৰিছে ২ অভিযুক্ত যুৱকক। গুৱাহাটী কলেজৰ সমীপৰ পৰা আটাইকে গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। জানিব পৰা মতে, নাম সলনি কৰি মুছলমান যুৱক ২জনে পলুৱাই নিছিল হিন্দু যুৱতী দুগৰাকীক। প্ৰায় ৬মাহ পূৰ্বে কিশোৰী ২গৰাকীক ভুৱা

ভাৰতে বিশ্বকাপ জিকিলে ‘নগ্ন’ হৈ সাগৰৰ পাৰত দৌৰিব এইগৰাকী অভিনেত্ৰী!

ভাৰতে বিশ্বকাপ জিকিলে ‘নগ্ন’ হৈ সাগৰৰ পাৰত দৌৰিব এইগৰাকী অভিনেত্ৰী!

দেওবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত ভাৰত। আনহাতে, অষ্ট্ৰেলিয়ায়ো জিকিছে ৮খন মেচ। ফাইনেলক লৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উখল-মাখল পৰিৱেশ। কিন্তু কোনে মাৰিব শেষ হাঁহি? বিশ্বকাপ ট্ৰফী তুলি ল’ব কোনে? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন। এফালে জোৰদাৰ প্ৰস্তুতি। ইয়াৰ মাজতে ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াক