Month: November 2023

ডেংগু জ্বৰৰ পৰা আঁতৰি থাকিব বিচাৰেনে? এই ৪টা কাম কৰক…

ডেংগু জ্বৰৰ পৰা আঁতৰি থাকিব বিচাৰেনে? এই ৪টা কাম কৰক…

ডেংগু প্ৰতিৰোধৰ ব্যৱস্থা: ডেংগু জ্বৰত তেজৰ প্লেটলেট কমিবলৈ আৰম্ভ কৰে, যাৰ বাবে ৰোগী দুৰ্বল হৈ পৰে।ডেংগু মহৰ পৰা নিজকে ৰক্ষা কৰাটো ভাল, যাতে আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ডেংগু জ্বৰ হৈছে মহৰ দ্বাৰা হোৱা ভাইৰাছৰ সংক্ৰমণ যি দ্ৰুতগতিত বিয়পি পৰে। কিন্তু কিছুমান সহজ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াৰ বিস্তাৰ

মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু গোলা বাৰুদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে অভিযান চলাই কেবাটাও মাৰণাস্ত্ৰ আৰু বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাঙপোকপি, থৌবাল, ইম্ফল পশ্চিম, চুৰাচান্দপুৰ আৰু ইম্ফল পূব জিলাৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে এই মাৰণাস্ত্ৰসমূহ।‌ অভিযান কালত ইম্ফল পশ্চিম জিলাৰ

বোকাখাতত উন্নয়নৰ ফোপোলা স্বৰূপ : অমৃত কালতো আৰ্তজনৰ নাই বিজুলী সংযোগ, চৰকাৰী আৱাসগৃহ…

বোকাখাতত উন্নয়নৰ ফোপোলা স্বৰূপ : অমৃত কালতো আৰ্তজনৰ নাই বিজুলী সংযোগ, চৰকাৰী আৱাসগৃহ…

কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ২টাকৈ কাৰ্যকালত বোকাখাতৰ সৰ্বাংগীন বিকাশৰ বৰঢোলটো যিমানেই নবজাওক কিয় সমষ্টিটোৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলেই ইয়াৰ প্ৰকৃত ছবি দেখা পোৱা যায়। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাহী পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ অবস্থাপন্ন লোকেহে সুবিধা লাভ কৰিছে প্ৰধান মন্ত্ৰী আভাস যোজনাৰ। “আমি আধাৰ কাৰ্ড, পান কাৰ্ড বুজি

গুৱাহাটী,নগাঁও সহ কে’বা খনো জিলাত অব্যাহত কিনকিনিয়া বৰষুণ , ১৮ আৰু ১৯ নৱেম্বৰত অসম সহ ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

গুৱাহাটী,নগাঁও সহ কে’বা খনো জিলাত অব্যাহত কিনকিনিয়া বৰষুণ , ১৮ আৰু ১৯ নৱেম্বৰত অসম সহ ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে ৷ শনিবাৰ আৰু দেওবাৰে অসম সহ উত্তৰ- পূৰ্বাঞ্চল ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান

কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে নি ওৰে নিশা নিৰ্যাতন চলাইছিল। এই সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰা ৬ দিন উকলি যোৱাৰ পিছতো ধৰ্ষণৰ অভিযোগত