ডেংগু প্ৰতিৰোধৰ ব্যৱস্থা: ডেংগু জ্বৰত তেজৰ প্লেটলেট কমিবলৈ আৰম্ভ কৰে, যাৰ বাবে ৰোগী দুৰ্বল হৈ পৰে।ডেংগু মহৰ পৰা নিজকে ৰক্ষা কৰাটো ভাল, যাতে আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ডেংগু
Month: November 2023
চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু গোলা বাৰুদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে অভিযান চলাই কেবাটাও মাৰণাস্ত্ৰ আৰু বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাঙপোকপি, থৌবাল,
কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ২টাকৈ কাৰ্যকালত বোকাখাতৰ সৰ্বাংগীন বিকাশৰ বৰঢোলটো যিমানেই নবজাওক কিয় সমষ্টিটোৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলেই ইয়াৰ প্ৰকৃত ছবি দেখা পোৱা যায়। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাহী
এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে
মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে