Month: November 2023

মহম্মদ ছামীৰ সৈতে হাছিন জাহানৰ পেচ-আপ হৈছে নেকি?

মহম্মদ ছামীৰ সৈতে হাছিন জাহানৰ পেচ-আপ হৈছে নেকি?

বিশ্বকাপত মহম্মদ ছামীৰ সুন্দৰ প্ৰদৰ্শনত সমগ্ৰ দেশ মুগ্ধ হৈছে। ২০২৩ চনৰ বিশ্বকাপৰ সফল বলাৰ হিচাপে প্ৰমাণিত হোৱা ছামীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অকলে ৭টা উইকেট দখল কৰে। ছামী ভাৰত- নিউজিলেণ্ডৰ ছেমিফাইনেল মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈও আছিল। কিন্তু ইয়াৰ মাজতে তেওঁৰ পত্নী হাছিন জাহানে সামাজিক মাধ্যমত এটা ইংগিতদায়ক ভিডিঅ’ পোষ্ট কৰিছে।

বিশ্বকাপ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে দুই বিশেষ অতিথি

বিশ্বকাপ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে দুই বিশেষ অতিথি

ক্ৰিকেট বিশ্বকাপ ফাইনেলত সম্ভৱতঃ মুখ্য অতিথি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহু তাৰকাই এই দিনটোত খেল উপভোগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ভাৰতৰ দুই প্ৰাক্তন বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ আৰু এম এছ ধোনীও উপস্থিত থাকিব পাৰে। ফাইনেলৰ দিনা এক বিশেষ এয়াৰ শ্ব’ হ’ব। বিশ্বকাপৰ আৰম্ভণিতে হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে আঁতৰি

বোকাখাতৰ অগৰাতলীত আৰক্ষীৰ এনকাউণ্টাৰ…

বোকাখাতৰ অগৰাতলীত আৰক্ষীৰ এনকাউণ্টাৰ…

🔷 আৰক্ষীৰ গুলীত আহত বাবু শইকীয়া 🔷 আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে 🔷 বাবুৰ আক্ৰমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল 🔷 বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে এই অভিযান 🔷 বৃহস্পতিবাৰে এজন শিক্ষকৰ বাইক লৈ উধাও হৈছিল বাবু 🔷 পিষ্টলেৰে ভাবুকি দেখুৱাই কাঢ়ি নিছিল বাইকখন 🔷 আজি

শণিদেৱক কিয় তেওঁৰ পত্নীয়ে শাও দিছিল ?

শণিদেৱক কিয় তেওঁৰ পত্নীয়ে শাও দিছিল ?

ভগৱান শণিদেৱে সকলোৰে কৰ্মৰ হিচাপ ৰাখে আৰু তেওঁৰ ছায়াৰপৰা ভগৱান শিৱও ৰক্ষা নপৰিছিল। ভগৱান শণিদেৱৰ কাৰোবাৰ ওপৰত সুদৃষ্টি পৰিলে সেইজন ৰজা হয়৷ আৰু যদি তেওঁৰ কুদৃষ্টি পৰে তেতিয়া তেওঁ ৰজাকো দৰিদ্ৰতা ৰং দেখুৱাই। ভগৱান শণিদেৱ সূৰ্য্য আৰু ছায়াঁৰ পুত্র হয়। এওঁ দৃষ্টিৰপৰা যি ক্ৰধতা পৰে, সেয়া তেওঁৰ পত্নীৰ সাপৰ বাবে

লক্ষ্মী দেৱীৰ কাষত কিয় ভগৱান গণেশক দখা পোৱা যায়?

লক্ষ্মী দেৱীৰ কাষত কিয় ভগৱান গণেশক দখা পোৱা যায়?

এক পৌৰাণিক কথা অনুসাৰি ভগৱান শ্রী বিষ্ণুৰ লগত দেৱী লক্ষ্মী শ্ৰীচ সাগৰত বিৰাজমান আছিল। সেই সময়ত দুয়োৰে মাজত কথোপকথন চলি আছিল। সেই কথোপকথনৰ মাজতে দেৱী লক্ষ্মীৰ মুখৰপৰা ওলাল, যে তেওঁক আৰাধনা কৰাৰ আগতে কাৰোৱে কথা নচলে। সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে মোক প্ৰাপ্ত কৰিবৰ বাবে, মোৰ পূজা অৰ্চনা কৰে। ভগৱান শ্রী বিষ্ণুৰ