ওদালগুৰি জিলাৰ এথলেটিকছ ইভেণ্টৰ ১৬ গৰাকী খেলুৱৈক বুধবাৰে বৰজলাহস্থিত টংলা ষ্টেডিয়ামত আবেলি ৪ বজাত বিপুল সম্বৰ্ধনা জনোৱা হয়। টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্র ৰাভা আৰু আন্তৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল
Month: November 2023
অৰুণাচল প্ৰদেশৰ ৰুকচিনৰ এখন পথাৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ৷ নিজ বন্ধুক দাৰে ঘপিয়াই মুণ্ডছেদ কৰি কটা মূৰ লৈ থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই ৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশত
ভাৰতীয় সেনাই নিহত কৰিলে জম্মু আৰু কাশ্মীৰৰ উৰি চেক্টৰত ২ জন সন্ত্ৰাসবাদীক। এই সন্ত্ৰাসবাদীকেইজনে ভাৰতীয় সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছিল। সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ
টাই আহোম সকলৰ অন্যতম শক্তিশালী সংগঠন সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা অধিৱেশন সম্পন্ন। বুধবাৰে দিন জোৰা কাৰ্য্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সদৌ অসম আহোম সভা মাৰ্ঘেৰিটা জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া
বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ৰোহিত বাহিনীয়ে। ৭০ ৰানত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতে। বিৰাট কোহলী আৰু শ্ৰেয়স