পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। কিন্তু এতিয়া স্বামীক ফোন কৰি বিছাৰিছে সহায়। ‘মোক ইয়াৰ পৰা লৈ যোৱা’। নাইজেৰিয়াৰ হোটেলত আৱদ্ধ অসমৰ মহিলা জিম প্ৰশিক্ষক।
Month: November 2023
শ্রদ্ধাঞ্জলি উৰণ সেতুত সুৰামত্ত যুৱতীৰ ভিডিঅ’ কৰিছিল ৰাজু ক্ৰৈীয়ে যুৱতীগৰাকীয়ে বাৰে বাৰে বাধা দিয়াৰ পিছতো কৰিছিল ভিডিঅ’ থানালৈ নিয়াৰ পৰিৱৰ্তে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ শীঘ্ৰে DCP কার্যালয়লৈ তলব কৰা হৈছে
NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ। কামৰূপ (ম) সত্র ন্যায়াধীশৰ আদালতত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।কেগৰ ৰিপ’ৰ্টৰ ভিত্তিত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে। NRCৰ বিত্তীয় অনিয়মৰ গোচৰত এই চমন
বটদ্ৰৱাৰ চৰকাৰী ভূমিত বুধবাৰে পুনৰ বুলড’জাৰ চলালে নগাঁও জিলা প্ৰশাসনে। উচ্ছেদিত ভূমিত বেদখলকাৰীয়ে পুখুৰী সমূহত পুনৰ অবৈধ ভাৱে মীন পালন আৰম্ভ কৰিছিল। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি লালুংগাঁৱৰ উচ্ছেদিত ভূমিত
মহানগৰীৰ বামুণীমৈদামৰ চুইপাৰপত্রীত ধৰ্ষণকাণ্ড। দিন দুপৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। এগৰাকী ১০-১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ মাতৃৰ। অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ মাক-দেউতাৰ কৰ্মসূত্ৰে ওলাই গৈছিল ঘৰৰ পৰা। মালিকৰ ঘৰত থৈ