Month: November 2023

বুধবাৰৰ দিনটোত ২১বাৰ জপ কৰক গণেশ বাবাৰ এই মন্ত্ৰ, দূৰ হ’ব গ্ৰহ দোষ

বুধবাৰৰ দিনটোত ২১বাৰ জপ কৰক গণেশ বাবাৰ এই মন্ত্ৰ, দূৰ হ’ব গ্ৰহ দোষ

হিন্দু ধৰ্মত সমস্ত দেৱ–দেৱতাৰ পূজাৰ বাবে বাৰ নিৰ্ধাৰণ কৰা হয়। ভগৱান গণেশৰ পূজা–অৰ্চনাৰ বাব বুধবাৰৰ দিনটো উত্তম। এই দিনটোত গণেশৰ পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয় আৰু গ্ৰহ দোষ খণ্ডন হয়। পাৰ্বতী পুত্ৰ গণেশৰ পূজা যিকোনো মাংগলিক কৰ্মত আটাইতকৈ আগত কৰা হয়। ইয়াৰ বাবে গণেশক প্ৰথম পূজনীয় দেৱতা বুলিও

শ্ৰীকৃষ্ণ অমৃত বাণী: বিপদত পৰিলে ভগৱানক স্মৰণ কৰি মনত পেলাওঁক এই বাণী

শ্ৰীকৃষ্ণ অমৃত বাণী: বিপদত পৰিলে ভগৱানক স্মৰণ কৰি মনত পেলাওঁক এই বাণী

বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত-পোৰাণত বহু বৰ্ণনা আছে। ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই। সৰ্বশক্তিমান ঈশ্বৰৰ ওপৰত আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এনে কোনো লোক নাই যাৰ জীৱনলৈ বিপদ অহা নাই। জীৱনত সকলোৰে মাজলৈ এবাৰ হ’লেও দুখ আহে।

পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে বহুতো নজনা কথা জানো আহক

পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে বহুতো নজনা কথা জানো আহক

ভগবান শ্ৰী কৃষ্ণৰ তিৰোধানৰ পিছত তেওঁৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ’ল । সম্পূৰ্ণ শৰীৰ পঞ্চতত্বত বিলীন হৈ গ’ল যদিও তেওঁৰ হৃদয় খন অৰ্থাৎ কলিজা খন জুইয়ে পোৰা নাছিল আৰু অতি সুৰক্ষিত ভাবে জীৱিত ব্যক্তিৰ হৃদয়ৰ দৰেই স্পন্দিত হৈ আছিল ।।( Religious Studies ) তেওঁৰ হৃদয় আজিও সুৰক্ষিত আৰু স্পন্দিত হৈ

স্বামীৰ অকৃত্ৰিম মৰম লাভ কৰে এইসকল মহিলাই

স্বামীৰ অকৃত্ৰিম মৰম লাভ কৰে এইসকল মহিলাই

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে।নামৰ প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি।নামৰ পৰাই এগৰাকী যুৱতীৰ জীৱনসংগীৰ কেনে হ’ব সেয়া আগতীয়াকৈ জানিব পাৰি। হয়, বিয়াৰ পিছত কোন যুৱতীয়ে স্বামীৰ মৰম-যতন লাভ কৰি সুখৰে সংসাৰ

ঘিউ দিয়া চাহৰ চমৎকাৰী গুণাগুণ জানি আপুনিও আচৰিত হ’ব

ঘিউ দিয়া চাহৰ চমৎকাৰী গুণাগুণ জানি আপুনিও আচৰিত হ’ব

ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।ঘিউ বহু পুষ্টিৰে সমৃদ্ধ, যাৰ বাবে সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰে খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত হয়। সাধাৰণতে খাদ্য ৰন্ধা খাদ্যৰ সৈতে ঘিউৰ জুতি লোৱা হয়। কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাহ কাপত এক চাহ চামুচ