Guwahati, 8th of November: Modern English School Kahilipara is thrilled to announce the 10th Inter-School Drama Competition, set to take place in the academic year 2023-24 at the auditorium of Pragjyoti ITA Centre for Performing Arts; the one-day event will take place at Mackhowa on November 11, 2023. This annual
Month: November 2023
প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায় । মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’ আৰু ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা ,কাৰ্বহাইড্ৰেট ,কেলচিয়াম ,
কল (Banana) হৈছে এনে এবিধ ফল, যাক খোৱাৰ ফলত আপোনাৰ শৰীৰে যথেষ্ট পৰিমানত কেলচিয়াম পোৱা যায়। যদি আপুনি ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰে তেন্তে আশ্চৰ্যজনক লাভালাভ পাব। ইয়াৰ পৰা এটা নহয় বহুতো লাভালাভ পোৱা যায়। ৰক্ত সঞ্চালন নিয়ন্ত্ৰণতো (Blood Circulation Control) কল যথেষ্ট সহায়ক। গতিকে আহক জানো এই ফলবিধৰ আন
পুষ্টিকৰ উপাদানেৰে ভৰপূৰ জামুক (Jamun) খোৱাটো গৰমৰ দিনত অত্যন্ত উপকাৰী। ই শৰীৰক পৰ্যাপ্ত পৰিমাণৰ এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যি শৰীৰৰ কোষবোৰক অক্সিডেটিভ চাপ আৰু মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে। জামু প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা চেনীত সমৃদ্ধ যাক ফ্ৰুক্টোজ বুলি কোৱা হয় আৰু তাত খুব কম কেলৰি থাকে। প্ৰতি ১০০
পাচলি হিচাপে ব্যৱহৃত জিকা কেৱল অসম বুলিয়েই নহয় দেশৰ অন্য কেইবাখনো ৰাজ্যতো পোৱা যায়। ইংৰাজীত Ridge Gourd নামেৰে জনা জিকাৰ বৈজ্ঞানীক নাম হৈছে Luffa acutangula। জিকা মুখ্যত বৰ্ষাকালীন খেতি। সেয়ে বাৰিষা কালতহে ইয়াৰ খেতি কৰা হয়। পিছে ইয়াৰ হাইব্ৰীড প্ৰজাতি ওলোৱাৰ পিছৰেপৰা বছৰৰ সকলো সময়তে ইয়াৰ খেতি কৰাটো সম্ভৱ হৈ