আমি সকলোৱে স্বাস্থ্যকৰ, ধুনীয়া আৰু পৰিষ্কাৰ ছাল বিচাৰো। লগতে যদি আপোনাৰ ছালখন ধুনীয়া হয়, তেনেহ’লে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি হয়। ইফালে আমি এখন পৰিষ্কাৰ ছাল পাবলৈ কি কি যে নকৰো? কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ছালৰ সৌন্দৰ্য ওপৰৰ যত্নৰ লগতে আভ্যন্তৰীণ স্বাস্থ্যৰ ওপৰতো নিৰ্ভৰ কৰে। উল্লেখ্য আমাৰ শৰীৰটো যিমান স্বাস্থ্যৱান হৈ
Month: November 2023
২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ T20 মেচ। কাইলৈ পুৱা ৯ বজাৰ পৰা BookMyShowযোগে উপলব্ধ হ’ব টিকট। কেটেগৰী অনুসৰি টিকটৰ দামসমূহ জানেনে? ১. ৱেষ্ট ষ্টেণ্ড ব্লক ই ছেকেণ্ড ফ্ল’ৰ(কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা ২. ৱেষ্ট ষ্টেণ্ড ব্লক এফ ছেকেণ্ড ফ্ল’ৰ(কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা ৩. ৱেষ্ট ষ্টেণ্ড ব্লক ই ফাৰ্ষ্ট ফ্ল’ৰ ১,৫০০
কৃষ্ণ : কি খবৰ? ৰাধা : সুধিবলৈ আহৰি যে পালা! কৃষ্ণ : আচলতে ব্যস্ততায়েই এনেকুৱা। ৰাধা : অজুহাত দিবও নজনা হ’লা। কৃষ্ণ : অজুহাত নহয় ৰাধা, মোৰ এটা নিৰ্দেশৰ বাবে ৰৈ থাকে সমগ্ৰ আৰ্যৱত। তেনেস্থলত… ৰাধা : এৰা, সমগ্ৰ আৰ্যৱতৰ যুগদ্ৰষ্টাৰ ওচৰত আৰ্যৱতৰ এচুকত পৰি ৰোৱা সেমেকা চকু এযুৰিৰ বাবে
সৰুৰে পৰা নাৰিকল ভাল বস্তু আৰু সুস্বাদু ফল হিচাপে সকলোৱে খাই আহিছোঁ । লাড়ু ,পিঠা ,, পায়স ,ক্ষীৰ, চুজি,বৰফি আদিত মিহলাই নানা প্ৰকাৰে খাই আহিছোঁ। ইফালে মাহ প্ৰসাদ বা পুজা পাতাল আদি শুভকৰ্মত নাৰিকল নহলেই নহয় । পিছে নাৰিকল যে কিমান উপকাৰী ফল আৰু ইয়াৰ পানী,গাখীৰ , তেল আদিৰ কিমান
মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।ভক্তৰ উপাসনাত সন্তুষ্ট হ’লে মা লক্ষ্মীয়ে ভক্তক কোনো দিনে ধনৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে।মা লক্ষ্মীৰ কৃপাত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে।সেয়েহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলোয়ে বিচাৰে।বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা কেতবোৰ বিশেষ কাম কৰিলে মা লক্ষ্মী অতি সোনকালে ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। আজি এই