আজি আৰ্থিক সমস্যা হ’ব দূৰ, সিদ্ধান্ত লওতে শুনক মনৰ কথা, ৫ ডিচেম্বৰৰ ৰাশিফল

1 min read

মেষ ৰাশি :

শ্ৰীগণেশে কৈছে, অপ্ৰত্যাশিত খৰচ বাঢ়িব। কিন্তু তাক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। সহজতে সেয়া চম্ভালিব পাৰিব। বিবাদৰ পৰিস্থিতিত মূৰ ঠাণ্ডা কৰি ৰাখিব লাগিব। ৰিস্ক থকা কাম এৰাই চলক। গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত ভাবি-চিন্তি ল’ব লাগিব। ব্যৱসায় ভাল চলিব। ভ্ৰমণো উপযোগী হ’ব। চেষ্টা কৰিলে হেৰুওৱা অৰ্থ পুনৰুদ্ধাৰ কৰিব পািব। অগ্ৰগতিৰ পথ সৃষ্টি হ’। সঞ্চিত সম্পদ বৃদ্ধি পাব পাৰে। কামৰ ক্ষেত্ৰত অনুপ্ৰেৰণা বৃদ্ধি পাব। ব্যৱসায়িক ডাঙৰ চুক্তিও হ’ব পাৰে। ব্যৱসায়ৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। সেয়ে সতৰ্ক হৈ থকা প্ৰয়োজন

বৃষ ৰাশি :

শ্ৰীগণেশে কৈছে, শাৰীৰিক ব্যথা-বেদনা হ’ব পাৰে। বাকী থকা অৰ্থ পুনৰুদ্ধাৰৰ চেষ্টা সফল হ’ব পাৰে। ব্যৱসায় সূত্ৰে ভ্ৰমণ লাভজনক হ’ব। ভাগ্য়ৰ সহায় থাকিব। চাকৰিৰ ক্ষেত্ৰত শান্তি বৰ্তি থাকিব। বিনিয়োগৰ ক্ষেত্ৰত শুভ। সংগীৰ পৰা সমৰ্থন পাব। কিন্তু অসাৱধন হ’লে নহ’ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। নহ’লে বাজেটৰ অৱনতি হ’ব পাৰে। লেনদেন সংক্ৰান্তীয় বিষয়ত সতৰ্ক থকা প্ৰয়োজন। অপৰিচিত কাকো অন্ধভাৱে বিশ্বাসত নল’ব। কথা-বাৰ্তাত পাতল কথা এৰাই চলা ভাল। ব্যৱসায়ত লাভ হ’ব। কিন্তু মনত সন্তুষ্টি নাথাকিব।

মিথুন ৰাশি :

শ্ৰীগণেশে কৈছে, আনন্দ বা সুখৰ সন্ধান পাব পাৰে। নতুন কোনো পৰিকল্পনা হ’ পাৰে। লগে লগে হয়তো কোনো সুবিধা নাপাব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ দেখিব। সন্মান-শ্ৰদ্ধা অৰ্জন কৰিব। ব্যৱসায়ত মুনাফা হ’। নতুন কাপোৰ আৰু গহণা পোৱাৰ যোগ সৃষ্টি হ’ব। ভ্ৰমণ লাভজনক হ’ব। ব্যৱসায়ীসকলে ডাঙৰ কোনো চুক্তিৰ পৰা ডাঙৰ লাভ অর্জন কৰিব। বিচাৰ-বিবেচনা কৰি বিনিয়োগ কৰা প্ৰয়োজন। শংকা আৰু সংশয় থাকিবই। পুৰণি কোনো ৰোগে পুনৰ আক্ৰমণ কৰিব পাৰে। সেয়ে অসতৰ্ক হ’লে নহ’ব। মূল্যৱান সামগ্ৰী নিৰাপদে ৰাখিব লাগিব।

কৰ্কট ৰাশি :

শ্ৰীগণেশে কৈছে, ধৰ্মীয় অনুষ্ঠান, পূজা-পাঠৰ অনুষ্ঠান আয়োজন কৰিব পাৰে। নিজৰ ইচ্ছামতে আদালতৰ কাম কৰিব পাৰিব। মানসিক শান্তি বৰ্তি থাকিব। মুনাফাৰ সুযোগ আহিব। ব্যৱসায়িক ভ্ৰমণৰ বাবে এই সময় আদৰ্শ। শাৰীৰিক যন্ত্ৰণা পাব পাৰে। মূল্যৱান সামগ্ৰী সাৱধানে ৰাখিব লাগিব। স্বাস্থ্য দুৰ্বল হ’ব পাৰে। উদ্বেগো বাঢ়িব। সংগীৰ পৰা সমৰ্থন পাব। কাম সম্পন্ন হ’। বিনিয়োগৰ পৰা লাভ হ’ব। ব্যৱসায়ত প্ৰত্যাশিত লাভ কৰিব পাৰিব। সামাজিক সন্মান-প্ৰতিপত্তি বাঢ়িব। বিনিয়োগো শুভ হ’ব।

সিংহ ৰাশি :

শ্ৰীগণেশে কৈছে, বদ অভ্যাস এৰি চলিব লাগিব। যান-বাহন আৰু মেচিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আনৰ কথাত প্ৰভাৱিত নহ’ব। ভাৱি-চিন্তি জৰুৰী সিদ্ধান্ত ল’ব পাৰে। ব্যৱসায় ভাল চলিব। চাকৰিত কৰ্মচাৰীৰ সৈতে বিবাদ হ’ব পাৰে। লেনদেন কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব। আইনী সমস্যা নিষ্পত্তি হ’লে মুনাফাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধন হওক। ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰে। চাকৰিত প্ৰতিপত্তি বাঢ়িব। বুদ্ধি খটুৱাই বিনিয়োগ কৰা প্ৰয়োজন। শত্ৰু পৰাস্ত হ’ব। বিতৰ্কত জড়িত হৈ নপৰিব। সময়ত কাম শেষ কৰিব পাৰিব। ফলত আনন্দ, সুখ বৰ্তি থাকিব।

কন্যা ৰাশি :

শ্ৰীগণেশে কৈছে, কঁকাল আৰু আঁঠুৰ যন্ত্ৰণাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। কিছু বিষয়ত উদ্বেগ আৰু মানসিক অশান্তি থাকিব। শত্ৰুৰ পৰা ভয় আছে। আদালত আৰু আইনী কাম ক্ষেত্ৰত সহায় পাব। অৰ্থ লাভ কৰা সহজ হৈ পৰিব। ভাতৃৰ পৰা সমৰ্থন পাব পাৰে। পৰিয়ালত কোনো শুভ কাম সম্পন্ন হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ উদ্বেগ থাকিব পাৰে। নিজৰ কথাবাৰ্তা নিয়ন্ত্ৰণ কৰিব লাগিব। সৰু আৰু দুৰ্ঘটনাৰ ফলত ডাঙৰ ক্ষতি হ’ব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত খৰখেদা নকৰিব। অপ্ৰয়োজনীয় খৰচ হ’ব পাৰে। বিতৰ্ক নবঢ়াব। উদ্বেগ আৰু অশান্তি থাকিব। আয়ৰ ক্ষেত্ৰত নিশ্চয়তা থাকিব।

তুলা ৰাশি :

শ্ৰীগণেশে কৈছে, শত্ৰুসকল পৰাস্ত হ’ব। সুখৰ উপায় অৰ্জনত কিছু খৰচ হ’ব পাৰে। আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। ডাঙৰ সুবিধা হ’ পাৰে। চাকৰিৰ ক্ষেত্ৰত সফলতা আহিব। লগতে পৰীক্ষা আৰু সাক্ষাৎকাৰত সফল হ’ব। ভাগ্যৰ সহায় থাকিব। শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ হ’ব। দুৰ্দান্ত তথ্য হাতলৈ আহিব। বিৰোধী সক্ৰিয় থাকিব, ফলত সতৰ্ক হৈ থকা ভাল। খৰখেদা কৰি কোনো সিদ্ধন্ত নল’ব। ডাঙৰ কাম কৰাৰ মন থাকিব। সমস্যাৰ পৰা দূৰত্ব বজাই ৰখা ভাল। আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে। অপ্ৰয়োজনীয় খৰচ হ’ব পাৰে। ব্যৱসায়ৰ পৰা প্ৰত্যাশিত মুনাফা আহিব। কোনোক্ষেত্ৰতে ৰিস্ক নল’ব।

বৃশ্চিক ৰাশি :

শ্ৰীগণেশে কৈছে, শুভ কোনো কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে সফলতা অৰ্জন কৰিব পাৰে। বয়সত ডাঙৰ কাৰোবাৰ পৰা গাইডেন্স আৰু সমৰ্থন পাব পাৰে। ব্যৱসায়ৰ পৰা মুনাফা আহিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কম্পেটিবিলিটি বৰ্তি থাকিব। অপ্ৰয়োজনীয় কাৰণত মন অশান্ত হৈ উঠিব পাৰে। কাৰোবাৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে। অপ্ৰয়োজনীয় সামগ্ৰীত মন নিদিব। কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হোৱা উচিত নহয়। শত্ৰুসকল পৰাস্ত হ’। ব্যৱসায়ত মুনাফা আহিব। আয়ৰ পথো নিশ্চিত হ’ব।

শুভ ৰং : ক’লা
শুভ সংখ্যা : ৯

ধনু ৰাশি :

শ্ৰীগণেশে কৈছে, নিজৰ কথাবাৰ্তাত সাৱধান হ’ব লাগিব। শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। ক’ৰবালৈ যোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। নিজৰ মূল্যৱান সামগ্ৰী নিৰাপদে ৰাখিব লাগিব। দুপখৰ খবৰ পাব পাৰে। কামত দৌৰাদৌৰি কৰিব লাগিব। আয়ৰ পথ সুনিশ্চিত হ’ব। ব্যৱসায়ো ভাল চলিব। বিনিয়োগ কৰিব লাগিব জানি-বুজি। পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতা অৰ্জন কৰিব পাৰে। স্থায়ী সম্পদৰ পৰা ডাঙৰ সুবিধা পাব পাৰে। বিষয়াসকলে নিজৰ কামক লৈ সন্তুষ্ট হ’ব। বিনিয়োগৰ পৰা শুভ ফল পাব পাৰে। পাৰিবাৰিক কোনো সদস্যৰ শাৰীৰিক সমস্যাক লৈ উদ্বেগ থাকিব। সেয়ে যত্ন লোৱা আৱশ্যক।

শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ৫

মকৰ ৰাশি :

শ্ৰীগণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাৰ প্ৰয়াস সফল হ’ব। সামাজিক কামত আগ্ৰহ বৃদ্ধি পাব। শ্ৰদ্ধা-সন্মান পাব পাৰে। এই সময়ত কাম সম্পন্ন হ’ব। সুখ-আনন্দ থাকিব। আৰ্থিক লেনদেনত খৰখেদা নকৰিব। কাৰোবাৰ দ্বাৰা ভুল পথত পৰিচালিত নহ’ব। ব্যৱসায় ভাল চলিব। বিনিয়োগ শুভ হ’ব। পৰিয়ালৰ পৰা সমৰ্থন পাব। ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব। সময় নষ্ট নকৰিব। আইনী সমস্যাৰ সমাধান হ’ব। খৰখেদাৰ কাৰণে ক্ষতি হ’ব পাৰে। ক্লান্তিৰ ভাৱ আহিব পাৰে। বেয়া সংগ এৰি চলিব লাগিব। বিনিয়োগত শুভ।

শুভ ৰং : পাৰ্পল
শুভ সংখ্যা : ১৩

কুম্ভ ৰাশি :

শ্ৰীগণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাসকলৰ উত্তেজনা আৰু মানসিক চাপ বদ্ধি পাব। সন্মান-প্ৰতিপত্তি বাঢ়িব। দূৰৰ পৰা ভাল খবৰ পাব পাৰে। ঘৰত অতিথিৰ সমাগম হ’ব। আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। ৰিস্ক লোৱাৰ সাহস অৰ্জন কৰিব পাৰিব। বিনিয়োগ শুভ হ’ব। সুখ বৰ্তি থাকিব। পৰিকল্পনা ফলপ্ৰসূ হ’ব। কামৰ স্থানত পৰিৱৰ্তন আহিব পাৰে। বিৰোধীসকল সক্ৰিয় হৈ থাকিব। সামাজিক সন্মান বাঢ়িব পাৰে। আয় বাঢ়িব। শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ অৰ্জন কৰিব পাৰে। কামৰ ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। ব্যৱসায় লাভজনক হ’ব। পুৰণি ৰোগ ঘূৰি আহিব পাৰে।

শুভ ৰং : ক্ৰীম
শুভ সংখ্যা : ৬

মীন ৰাশি :

শ্ৰীগণেশে কৈছে, বেয়া ভাৱে প্ৰাধান্য পাব। আঘাত আৰু ৰোগ এৰাই চলিব লাগিব। ব্যৱসায়ৰ সূত্ৰে ভ্ৰমণ সফল হ’ব। কাম পোৱাৰ প্ৰয়াস সফল হ’ব। বিনিয়োগ ভাল হ’। ব্যৱসায়ৰ পৰা প্ৰত্যাশিত লাভ কৰিব পাৰিব। ডাঙৰ কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে। তৰ্ক এৰাই চলক। পাৰ্টী আৰু পিকনিক উপভোগ কৰিব পাৰিব। সৃজনশীল কামত সফল হ’ব পাৰে। নিজৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰিব। ব্যস্ততাৰ ফলত স্বাস্থ্য দুৰ্বল হ’ব পাৰে। আনৰ কাজিয়াত নিজকে জড়িত নকৰিব। নিজৰ কামত মনোনিৱেশ কৰক।

শুভ ৰং : ৰঙা
শুভ সংখ্যা : ১৪

You May Also Like

More From Author