২০২৪-ত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জয়জয় ময়ময়, ৫০ বছৰ পিছত বিৰল সংযোগ!

1 min read

বৈদিক শাস্ত্ৰ মতে মালব্য ৰাজযোগ অতি শুভ। যিজন ব্যক্তিৰ কোষ্ঠীত মালব্য ৰাজযোগ থাকে তেওঁ অতি সুখী হয় ৷

আটাইতকৈ ডাঙৰ কথাটো হ’ল ৫০ বছৰৰ পাছত এনে বিৰল ৰাজযোগ নিৰ্মাণ হ’বলৈ গৈ আছে। ফলত জাতক-জাতিকাসকলৰ জীৱনত এক বৃহৎ প্ৰভাৱ পৰিবলৈ গৈ আছে। নতুন বছৰত মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ ৷
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এক সুন্দৰ খবৰ। কাৰণ মালব্য ৰাজযোগ অতি শুভ হ’বলৈ গৈ আছে মকৰ ৰাশিৰ বাবে।

মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এক সুন্দৰ খবৰ। কাৰণ মালব্য ৰাজযোগ অতি শুভ হ’বলৈ গৈ আছে মকৰ ৰাশিৰ বাবে ৷

ইয়াৰ ফলত জাতক-জাতিকাসকলৰ আয় বাঢ়িব। লাভ কৰিব পাৰে বিশাল পৈত্তিক সম্পত্তি। শুক্ৰ ৰাশি পঞ্চম ঘৰত অৱস্থান কৰিছে।

সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। মুঠতে সকলো ফালৰ পৰাই লাভ কৰিব ভাল খবৰ।
তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে মালব্য ৰাজযোগৰ ফলত শুভ দিন আহিবলৈ আৰম্ভ কৰিছে। ৩০ নৱেম্বৰত শুক্ৰ ইতিমধ্যে তুলা ৰাশিত প্ৰৱেশ কৰিছে ৷
কেৰিয়াৰত সোণালী সুযোগ পাব। বিবাহিত জীৱন শুভ হ’বলৈ ওলাইছে। এই সময় কেৰিয়াৰৰ বাবে ভাল হ’ব।

বিবাহিত জীৱন সুখী হ’ব কাৰণ তুলা ৰাশিৰ অষ্টম ঘৰৰ অধিপতি শুক্ৰ। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

মালব্য ৰাজযোগৰ ফলত কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে সময় অনুকূল হ’বলৈ গৈ আছে। আৰ্থিক অৱস্থা যথেষ্ট ভাল হ’ব। জাতক-জাতিকাই অপ্ৰত্যাশিতভাৱে লাভ কৰিব ধন।

এই সময় বহুত ভাল হ’বলৈ গৈ আছে। এইবাৰ ব্যৱসায়ৰ বিশেষ উন্নতি হ’ব ৷

সতৰ্কীকৰণঃ Guwahati Times এ উপৰোক্ত বিষয়ত সন্মতি দিবলৈ বাধ্য বা অনুৰোধ কৰা নাই, অনুগ্ৰহ কৰি নিজৰ বিচাৰৰে সিদ্ধান্ত লওক

You May Also Like

More From Author