ঘোষণা হ’ল ডি এইছ এ চিৰ নিৰ্বাচৰ বিজেপি প্ৰাৰ্থী তালিকা

0 min read

ঘোষণা হ’ল ডি এইছ এ চিৰ নিৰ্বাচৰ বিজেপি প্ৰাৰ্থী তালিকা ৷

এক সংবাদমেলত নিৰ্বাচনৰ বাবে দায়িত্বপ্ৰাপ্ত দলীয় প্ৰভাৰী বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

উল্লেখ্য যে ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৮ জানুৱাৰীত ৷

You May Also Like

More From Author