শীঘ্ৰে মুকলি হ’ব নির্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং: হিমন্ত বিশ্ব শৰ্মা

1 min read

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে ৷

শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব দলংখন৷

সামাজিক মাধ্যমত দলঙৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

You May Also Like

More From Author