নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত শান্তি চুক্তি

0 min read
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুকুৰবাৰে সন্ধিয়া ৫ বজাত নতুন দিল্লীত আলোচনাপন্থী আলফাৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি।
  • নতুন দিল্লীত আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যেই উপস্থিত হৈছেগৈ।
  • অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্রতিনিধি দল উপস্থিত নতুন দিল্লীত।
  • শান্তি চুক্তিয়ে সামৰি ল’ব অসমৰ বহুকেইটা মূল সমস্যা। শান্তি চুক্তিক লৈ উৎসুক অসমবাসী।

You May Also Like

More From Author