বৰদিনৰ পৰাই উজলিব এই চাৰি ৰাশিৰ ভাগ্য!

1 min read

শুক্ৰ হ’ল বৃষ আৰু তুলাৰ স্বামী। উচ্চ ৰাশি মীন আৰু নিম্ন ৰাশি তুলা। আগন্তুক ২৫ ডিচেম্বৰত শুক্ৰ বৃশ্চিক ৰাশিত স্থান সলনি কৰিব।

জ্যোতিষ শাস্ত্ৰ মতে, শুক্ৰ হ’ল পাৰ্থিব সুখ, বিলাসিতা, বিবাহিত জীৱন, শিল্পকলা, প্ৰতিভা আদিৰ কাৰক।

শুক্ৰ হ’ল বৃষ আৰু তুলাৰ স্বামী। উচ্চ ৰাশি মীন আৰু নিম্ন ৰাশি তুলা। আগন্তুক ২৫ ডিচেম্বৰত শুক্ৰ বৃশ্চিক ৰাশিত স্থান সলনি কৰিব।

ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনত চৰম প্ৰাপ্তি হ’ব।

শুক্ৰৰ স্থান সলনিৰ ফলত মেষ ৰাশিৰ জাতক-জাতিকাই ভাল ফল পাব। শিক্ষা আৰু সাংবাদিকতা সংক্ৰান্তীয় কামৰ সৈতে যিসকল জড়িত তেওঁলোকৰ বাবে ভাল খব আহিব।

পৰিয়ালৰ সৈতে সময় কটাব পাৰিব এই ৰাশিৰ জাতক-জাতিকাসকলে। সকলো মিলাই এই সময়খিনিত ডাঙৰ ডাঙৰ সুবিধা লাভ কৰিব জাতক-জাতিকাসকলে।

মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুক্ৰৰ স্থান সলনিয়ে ভাল খবৰ লৈ আহিব পাৰে। এই সময়ত বিনিয়োগ লাভদায়ক হ’ব।

পৰিস্থিতি অত্যন্ত সুন্দৰ হ’ব পাৰে। প্ৰতিবেশীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব পাৰে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ভাল ফল পাব।

কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুক্ৰৰ ৰাশি পৰিৱৰ্তনে ডাঙৰ সফলতা লৈ আহিব।

বুদ্ধিৰ সহযোগত সমস্ত বাধা-বিপত্তি দূৰ কৰিব পাৰিব। আধ্যাত্মবাদৰ দিশৰ পৰা অত্যন্ত ভাল ফল পাব জাতক-জাতিকাসকলে।

পৰিয়ালৰ যি যি সমস্যা চলি আছে, সকলোৰে পৰা মুক্তি পাব জাতক-জাতিকাসকলে।

বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে এইবাৰ সুন্দৰ ফল পাব। জীৱনৰ প্ৰতিটো মুহূৰ্ততে সকলো ফালৰ পৰা পৰা ভাল সময় অপেক্ষা কৰিছে।

কাৰ্যালয়ত অত্যন্ত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। ধৰ্ম-কৰ্মত মন দিব জাতক-জাতিকাসকলে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আহিব ডাঙৰ সময়।

You May Also Like

More From Author