ঘৰত পৰুৱা উলোৱাৰ-শুভ-অশুভৰ সংকেত…

1 min read

*যদি ঘৰত পৰুৱা উলাইছে-তেন্তে এয়া আপোনাৰ জীৱনত হবলগীয়া কোনো কথাৰ সংকেত হয়।ঘৰত পৰুৱা উলোৱা-কথাটো আমি সামান্য কথা বুলি-তাৰ ওপৰত ধ্যান নিদো।কিন্তু এয়াই বহুত ডাঙৰ কথাৰ সংকেত দিয়ে।

*পৰুৱা ঘৰত ওপৰৰ ফালে গৈছা বা তলৰ ফালে আহিছে,ইয়াৰ বাহিৰেও ঘৰলৈ অহা পৰুৱাই-কিবা খাবলৈ পাইছে বা নাইপোৱা-এয়াও হবলগীয়া কোনো ঘটনাৰ কেন্দ্ৰীত মনা হয়।

*কলা পৰুৱা আৰু ৰঙা পৰুৱাই বেলেগ-বেলেগ কথাৰ সংকেত দিয়ে।

*যদি আপোনাৰ ঘৰলৈ কলা পৰুৱা আহিছে-তেন্তে-সুখ আৰু ঐশ্বৰ্যৰ আহিবলগীয়া সময়ৰ সংকেত দিয়ে।

*কলা পৰুৱা সামান্য ৰূপে-ঘৰত ঘূৰি-ফুৰা দেখা পোৱা যায়।প্ৰায়লোকে-কলা পৰুৱাক-চেনি-আটা,

আদিবোৰ খাদ্য ভোজনৰ বাবে দিয়ে।কলা পৰুৱাক ভোজন দিয়াটো-শুভ হয়।যদি চাউল ৰখা ঠাইত-কলা পৰুৱা ওলাইছে-তেন্তে এয়া শুভ হয়।

*কিছু দিনতে-আপোনাৰ ধনৰ বৃদ্ধি হব।ব্যক্তিৰ আৰ্থিক স্থিতি ভাল হবলৈ গৈ আছে।কলা পৰুৱা আহিলে-ভৌতিক সুখ বস্তুৰ আদিৰ বাবেও-শুভ মনা হয়।

*ৰঙা পৰুৱা ঘৰত ওলালে-হব লাগে-সাৱধান-

*যদি আপোনাৰ ঘৰত ৰঙা পৰুৱা দেখা পাইছে-তেন্তে সাৱধান হব লাগে।ৰঙা পৰুৱাক-অশুভৰ সংকেত মনা হয়।ভৱিষ্যতৰ সমসস্যা, বিবাদ,ধনৰ খৰচ-আদিৰ-সংকেত ৰঙা পৰুৱাই দিয়ে।

*যদি ৰঙা পৰুৱা আপোনাৰ ঘৰলৈ আহে-তেন্তে এই সকলোবোৰ অশুভ কাম আপোনাৰ লগত ঘটিব পাৰে।কিন্তু ৰঙা পৰুৱাই মুখত কণী লৈ ঘৰৰ পৰা গলে-তেন্তে এয়া শুভ সংকেত হয়।পৰুৱাক খাবলৈ-খাদ্য দিব লাগে।যদি পৰুৱা আপোনাৰ ঘৰত ভোকত থাকে-তেন্তে এয়াও অশুভ সংকেত হয়।

*এই দিশৰ ফালৰ পৰা পৰুৱা গলে-শুভ হয়।

*নিশ্চিত দিশত-পৰুৱা আপোনাৰ ঘৰলৈ আহিলে-এয়া আপোনাৰ বাবে শুভ সংকেত হয়।কলা পৰুৱা ঘৰলৈ-উত্তৰ দিশৰ পৰা-আহিলে-তেন্তে এয়া শুভ হয়।দক্ষিণ দিশৰ ফালৰ পৰা আহিলেও-লাভজনক হয়।পূৰ্ৱ দিশৰ পৰা পৰুৱা আহিলে-সকাৰাত্মক সুচনা আপোনাৰ ঘৰলৈ আহিব পাৰে।পশ্চিম দিশৰ ফালৰ পৰা পৰুৱা আহিলে-আপোনাৰ বাহিৰলৈ যোৱাৰ যাত্ৰাৰ সম্ভাৱনা থাকে।(সংগ্ৰহিত)।

You May Also Like

More From Author